শিকক আমাৰ লগত

শিকক আমাৰ লগত প্ৰাথমিক লক্ষ্য হৈছে শিক্ষণ, বৃদ্ধি, আৰু ব্যক্তিগত বিকাশৰ সুবিধা প্ৰদান কৰা।

07/02/2026
24/01/2026

আনৰ উন্নতিত ঈর্ষান্বিত নহৈ আনন্দিত হওক। জীৱনত উন্নতি কৰোঁতাজনক অভিনন্দন জনাওক। কাৰণ তেওঁ আন দহোজনৰ বাবে প্ৰেৰণা। ঈর্ষাই হৈছে আমাৰ মনৰ ৰোগ আৰু ইয়াৰ পৰা বহু পাপ আৰু অসদাচৰণৰ উৎপত্তি হয়। ঈর্ষাক প্রশ্রয় নিদি সহৃদয়তাৰে আগবাঢ়ক। আপোনাৰ ভবিষ্যত সুন্দৰ হ'ব।

02/11/2025
জাহাজ আৰু নাও দুয়োখনেই পানীত চলে, কিন্তু ইহঁতৰ আকাৰ ডিজাইনৰ পাৰ্থক্য আছে:জাহাজ১) আকাৰত ডাঙৰ, প্ৰায়ে বস্তু অনা নিয়া কৰ...
02/05/2025

জাহাজ আৰু নাও দুয়োখনেই পানীত চলে, কিন্তু ইহঁতৰ আকাৰ ডিজাইনৰ পাৰ্থক্য আছে:
জাহাজ
১) আকাৰত ডাঙৰ, প্ৰায়ে বস্তু অনা নিয়া কৰে, যাত্ৰী ভ্ৰমণ কৰাৰ লগতে বিভিন্ন কামত ব্যৱহাৰ কৰা হয়।

নাও
১) আকাৰত সৰু, প্ৰায়ে সৰু সুৰা কাম-কাজ, মাছ ধৰা বা কম দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

19/04/2025

Elisha Baro Song 2025 Gorchuk
Elisha Baro

19/04/2025

Bodo song2025 Gorchuk

Do you know this design
19/04/2025

Do you know this design

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when শিকক আমাৰ লগত posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share