03/06/2025
আজি ০৩/০৬/২০২৫ তাৰিখে ABVP কটন বিশ্ববিদ্যালয়ৰ গোটে সাধাৰণ কটনীয়ানৰ সহযোগত বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডাঙৰীয়াক সাক্ষাৎ কৰি UG 1st semester ফলাফল সমূহত হোৱা বিসংগতিৰ আৰু Fee waivers admission ৰ ক্ষেত্ৰত হৈ থকা বিসংগতি সমূহৰ বিষয়ে অৱগত কৰোঁ লগতে দাবী জনাও যে অতি শীঘ্ৰেই এই বিসংগতি সমূহ দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। পৰীক্ষা নিয়ন্ত্ৰক ডাঙৰীয়াই আমাৰ কথাটো গুৰুত্ব সহকাৰে লৈ ১০ তাৰিখৰ ভিতৰত বিসংগতি সমূহ দূৰ হব বুলি আমাক লিখিত ভাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
ABVP CU 🚩
ABVP Assam
Herold Mohan