Pub Guwahati High School, Jyotinagar

Pub Guwahati High School, Jyotinagar An Institute for Motivating students for a Meaningful Life and Livelihood.

Guest Lecture on Importance of "Commerce" as a Subject for students.নৱম শ্ৰেণীৰ ঐচ্ছিক বিষয় ৰূপে আৰম্ভ কৰিবলৈ লোৱা "বাণি...
27/01/2020

Guest Lecture on Importance of "Commerce" as a Subject for students.
নৱম শ্ৰেণীৰ ঐচ্ছিক বিষয় ৰূপে আৰম্ভ কৰিবলৈ লোৱা "বাণিজ্য" পাঠ্যক্ৰমৰ বৈশিষ্ট্য আৰু গুৰুত্ব সম্বন্ধে ২৭/০১/২০২০ তাৰিখে পূব গুৱাহাটী উচচ বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত "নিমন্ত্ৰিত অতিথিৰ বক্তৃতা" প্ৰদান কৰে গুৱাহাটী কলেজৰ বাণিজ্য বিভাগৰ প্ৰবক্তা শ্ৰী কমললোচন দাসে ৷

25/12/2019

এটি ঘোষণা -----

নমস্কাৰ গ্ৰহণ কৰিব ৷ পূব গুৱাহাটী উচ্চ বিদ্যালয় সোণালী জয়ন্তী উদ্‌যাপন সমিতিৰ সিদ্ধান্ত মৰ্মে ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১, ২, ৩ জানুৱাৰী, ২০২০ ৰ বিস্তৃত কাৰ্য্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷

সদ্যহতে ১ জানুৱাৰীৰ পুৱা ৯-৩০ বজাত পতাকা উত্তোলন , পুৱা ১০ বজাত ছহিদ তৰ্পণ তথা স্মৃতি তৰ্পণ, আবেলি ৪ বজাত বন্তি প্ৰজ্বলন হ'ব ৷ সকলোকে আন্তৰিকতাৰে আমন্ত্ৰণ জনালো ৷ পৰৱৰ্তী কাৰ্যসূচী আৰু দিন সমিতিৰ সিদ্ধান্ত অনুসৰি জনোৱা হ’ব ৷

---- উদযাপন সমিতিৰ হৈ,
সম্পাদক ৷

পূব গুৱাহাটী উচ্চ বিদ্যালয়লৈ ৩ টা পুৰস্কাৰ : Mini Marathon on 1st December, organised by District Administration, Kamrup...
01/12/2019

পূব গুৱাহাটী উচ্চ বিদ্যালয়লৈ ৩ টা পুৰস্কাৰ :
Mini Marathon on 1st December, organised by District Administration, Kamrup (Metro) :
i) 2nd (Girls') : Romila Khatun (VII),
ii) 4th (Girls') :Madhusmita Pathak (IX),
iii) 10th (Boys') : Mofizur Siddique (IX).
সকলোলৈকে অভিনন্দন ৷

সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আমাৰ বিদ্যালয়লৈ ৷2nd Bandita Bora ...
03/11/2019

সদৌ অসম আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান আমাৰ বিদ্যালয়লৈ ৷
2nd Bandita Bora Memorial All Assam Inter School Debate Competition 2019 held on 03.11.2019 at Kanaklal Baruah Auditorium.

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱৰ জন্মবাৰ্ষিকী (অসম ক্ৰীড়া দিৱস) উপলক্ষে জনোৱা এই সম্বৰ্দ্ধনাৰ প্ৰকৃত গৰাকী পূব গুৱাহাটী উ...
17/10/2019

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাদেৱৰ জন্মবাৰ্ষিকী (অসম ক্ৰীড়া দিৱস) উপলক্ষে জনোৱা এই সম্বৰ্দ্ধনাৰ প্ৰকৃত গৰাকী পূব গুৱাহাটী উচ্চ বিদ্যালয় ৷ সমূহ শুভাকাংক্ষীৰ সহযোগত বিদ্যালয়ৰ সৰ্বাংগীণ উন্নতিৰ আশাৰে ....

শিক্ষক -- অভিভাৱক সভা ৷Guardian ---Teacher Meeting at Pub Guwahati High School on 28.09.2019.
28/09/2019

শিক্ষক -- অভিভাৱক সভা ৷
Guardian ---Teacher Meeting at Pub Guwahati High School on 28.09.2019.

Congratulations to our students representing Assam Team in 44th Senior NationalTennikoit Championship.অভিনন্দন হিৰকজ্যোত...
28/09/2019

Congratulations to our students representing Assam Team in 44th Senior NationalTennikoit Championship.
অভিনন্দন হিৰকজ্যোতি ঠাকুৰীয়া, চিণ্ময় শৰ্মা, জোন কলিতা, মফিজুৰ ছিদ্‌দিকি, হিমাশ্ৰী বৰাইক, আৰু কৰ্মচাৰী শ্ৰী পৱন বৰাইক ৷

আমাৰ বিদ্যালয়ত আজি নেটবলৰ প্ৰশিক্ষাৰ্থীৰ প্ৰদৰ্শনীমূলক খেল ৷ বাক্‌সা জিলা দল বনাম পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ দল ৷
22/09/2019

আমাৰ বিদ্যালয়ত আজি নেটবলৰ প্ৰশিক্ষাৰ্থীৰ প্ৰদৰ্শনীমূলক খেল ৷ বাক্‌সা জিলা দল বনাম পূব গুৱাহাটী উচ্চ বিদ্যালয়ৰ দল ৷

শিক্ষক দিৱস উদযাপন আৰু প্ৰাচীৰপত্ৰিকা উন্মোচন ৷
06/09/2019

শিক্ষক দিৱস উদযাপন আৰু প্ৰাচীৰপত্ৰিকা উন্মোচন ৷

01/09/2019

জুমন মালাকাৰ আৰু সহপাঠীবৃন্দৰ নাম পৰিৱেশন ৷

Address

Jyotinagar
Guwahati
781021

Opening Hours

Monday 9am - 3:30pm
Tuesday 9am - 3:30pm
Wednesday 9am - 3:30pm
Thursday 9am - 3:30pm
Friday 9am - 3:30pm
Saturday 9am - 1pm

Telephone

+919957995654

Website

Alerts

Be the first to know and let us send you an email when Pub Guwahati High School, Jyotinagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Pub Guwahati High School, Jyotinagar:

Shortcuts

Share

Category