Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

  • Home
  • India
  • Guwahati
  • Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন Its a Digital Media where we share our work like Interview,News etc...

25/08/2026

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ,
অসমীয়া জাতিৰ
প্ৰাণ প্ৰতিষ্ঠাতা।
অসমৰ সাংস্কৃতিক
আৰু ধৰ্মীয় ইতিহাসৰ
এক বিশাল ব্যক্তিত্ব।
শিল্প আৰু সাহিত্যৰ দিশত
গুৰুজনাৰ অৱদান
অসমৰ জীৱন্ত ঐতিহ্য।
সততা, মানৱতা আৰু
গণতান্ত্ৰিক প্ৰমূল্যবোধৰ স্ৰষ্টা
এইগৰাকী যুগদ্ৰষ্টা,
বৰ্তমান সময়ত
আমাৰ সমাজ জীৱনত
কেনেদৰে প্ৰাসঙ্গিক...
এইবাৰৰ অনুৰণনৰ
মজিয়াত সবিশেষ আলোচনা
আমাৰ অতিথি
কৃষ্ণ কিঙ্কৰ খাটনিয়াৰ
অধ্যক্ষ, বাক শিল্পম।
তথা,শঙ্কৰী সংস্কৃতিৰ সাধক।
মনমৰমী মহন্তৰ সৈতে
✅we are Available on
Facebook : https://www.facebook.com/share/1Eyih8JaJ9/
YouTube : https://www.youtube.com/
Instagram : monmoromimahanta
https://www.instagram.com/monmoromimahanta
゚ ゚viralシ

24/08/2026
21/08/2026

নৱ প্ৰজন্ম
সমাজৰ চালিকা শক্তি
ভৱিষ্যতৰ ৰূপকাৰ।
নতুন চিন্তা আৰু
পৰিৱৰ্তনশীল সমাজৰ নায়ক।
সেই সমাজৰ অংগীভূত
সদস্যৰূপে আজিৰ
যুৱ প্ৰজন্মই
জ্ঞান-বিশ্বাস, ক'লা
ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ
উৎসৱ-অনুষ্ঠান
আৰু অন্যান্য সামাজিক
উপাদান সমূহৰ জৰিয়তে
আমাৰ সাতামপুৰুষীয়া
সংস্কৃতিৰ মেটমৰা ভঁৰালটোৰ
অতন্দ্ৰ প্ৰহৰীৰূপে
আত্ম পৰিচয়
ডাঙি ধৰিব পাৰিব নে?
সকলো সামৰি
আমাৰ বিশেষ আয়োজন।
অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি
ভাৰত চৰকাৰৰ সাংস্কৃতিক
মন্ত্ৰণালয়ৰ যুৱ শিল্পী, তথা
সত্ৰীয়া সংগীতৰ সাধক
লগতে, ভূগোল বিভাগৰ
মূৰব্বী শিক্ষক
(অৰুণোদয় একাডেমী আমগুৰি)
জ্যোতিষ্মান মহন্ত
মনমৰমী মহন্তৰ সৈতে

✅we are Available on
Facebook : https://www.facebook.com/share/1Eyih8JaJ9/
YouTube : https://www.youtube.com/
Instagram : monmoromimahanta
https://www.instagram.com/monmoromimahanta
゚ ゚viralシ

Jyotishman Mahanta

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে সকলো আলোকচিত্ৰ শিল্পীলৈ ওলগ জনালো।
19/08/2026

বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে সকলো আলোকচিত্ৰ শিল্পীলৈ ওলগ জনালো।

17/08/2026

অন্যতকৈ কিয় পৃথক তেওঁলোক
শৃংখলাবদ্ধ তেওঁলোক প্ৰতিটো সময়ত কিয় জানেনে ?

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা     🇮🇳🇮🇳🇮🇳
15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা
🇮🇳🇮🇳🇮🇳

Address

Christian Basti
Guwahati
781005

Alerts

Be the first to know and let us send you an email when Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share