Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

Anuranan Hridoyor Spondon অনুৰণন হৃদয়ৰ স্পন্দন

Share

Its a Digital Media where we share our work like Interview,News etc...

10/06/2026

এগৰাকী শিল্পীয়ে
সমাজৰ বাস্তৱ ছবিখন
নিজৰ শিল্প কলা,
সাহিত্য বা সংগীতৰ
জড়িয়তে তুলি ধৰে।
এজন শিল্পী
সমাজৰ পৰা
বিচ্ছিন্ন হব নোৱাৰে।
সেইবাবেই,
শিল্পী আৰু সমাজৰ
মাজৰ সম্পৰ্ক
অতি নিবিড়।
অনুৰণনৰ মজিয়াৰ এইবাৰৰ আমন্ত্ৰিত অতিথি
বিশিষ্ট সংগীত শিল্পী
অনিন্দিতা পাল।
মনমৰমী মহন্তৰ সৈতে।

゚ ゚

10/06/2026
07/06/2026

কৰ্মই মানুহক পৰিচয় দিয়ে।
কৰ্মনিষ্ঠাই ইয়াক
সফল আৰু উন্নত কৰে।
কেৱল কাম কৰাই
যথেষ্ট নহয়,
সেই কামৰ প্ৰতি
আন্তৰিকতা সততা আৰু
একাগ্ৰতাৰ মাধ্যমেৰেহে,
সমাজ জীৱনত,
একোখন স্বকীয় আসনত
নিজকে প্ৰতিষ্ঠিত কৰিব পাৰি।
কৰ্তব্যনিষ্ঠা আৰু সততাৰে
ভাৰতীয় ৰেল বিভাগৰ
শীৰ্ষ বিষয়াৰ (I.R.S.)
আসন অলংকৃত কৰা,
প্ৰথমগৰাকী অসমীয়া নাৰী
তথা বিশিষ্ট লেখক
লীনা শৰ্মা
অনুৰণনৰ মজিয়াৰ
আমন্ত্ৰিত অতিথি।
মনমৰমী মহন্তৰ সৈতে।
゚ ゚viralシfypシ゚

07/06/2026

কৰ্ম্মযোগী,
স্বাভিমানী এটি মন।
প্ৰথম গৰাকী I.R.S
অসমীয়া নাৰী Today PODCAST Watch 6 PM

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Address

Christian Basti
Guwahati
781005