05/11/2024
4.11.24 তাৰিখত গুৱাহাটীত IASSTত অনুষ্ঠিত Scientific Model Competition ত , Regent's Academy of North East ৰ ছাত্ৰ Santanu Saha, Priyam Hazarika আৰু Bishal Shukla ই অংশগ্ৰহণ কৰি 3rd prize 🏆 পাবলৈ সক্ষম হৈছে। আটাইকেইগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।