শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী

  • Home
  • India
  • Guwahati
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী

শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী প্ৰণাম,,,,,,,,,👏👏👏
শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰীৰ আনুষ্ঠানিক ফেচবুক পেজলৈ আপোনাক স্বাগতম জনাইছোঁ।

সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।শংকৰদেৱ বিদ্যা নিকেতন মালয়বাৰী    ゚viralシalシ
13/01/2026

সকলোলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
শংকৰদেৱ বিদ্যা নিকেতন মালয়বাৰী

゚viralシalシ

নিকেতনৰ বাৰ্ষিক খেল সপ্তাহৰ শুভাৰম্ভণি.....শংকৰদেৱ বিদ্যা নিকেতন মালয়বাৰী
28/12/2025

নিকেতনৰ বাৰ্ষিক খেল সপ্তাহৰ শুভাৰম্ভণি.....
শংকৰদেৱ বিদ্যা নিকেতন মালয়বাৰী

তুমি সুবাস অসমীৰেতুমি সুবাস সৃষ্টিৰে তুমি প্ৰকাশ মুকুতিৰেসঁচা নিভাজ সপোনৰে......অসমবাসী়ৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ...
18/11/2025

তুমি সুবাস অসমীৰে
তুমি সুবাস সৃষ্টিৰে
তুমি প্ৰকাশ মুকুতিৰে
সঁচা নিভাজ সপোনৰে......
অসমবাসী়ৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন উদযাপন কৰি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

কঁহুৱা বন মোৰ অশান্ত মন             আলফুল হাতেৰে লোৱা সাৱটি।এটি এটি ক্ষণ যেন মুকুতাৰে ধন             এনেয়ে হেৰুৱালে নাহে...
08/09/2025

কঁহুৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি.......

সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী দিনটোত শংকৰদেৱ বিদ্যা নিকেতন মালয়বাৰীত সুন্দৰ সংগীতৰ অনুষ্ঠানৰে উদযাপন কৰা হয়। অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি তথা স্থানীয় সংগীত শিল্পী কলাৰত্ন শ্ৰদ্ধাৰ সতীশ কলিতাদেৱৰ উপস্থিতিয়ে অধিক সৌষ্ঠৱ বৃদ্ধি কৰে।
Shishu Shiksha Samiti, Assam শিশু শিক্ষা সমিতি, অসম
শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী

26/08/2025

গুৰুজনাৰ তিৰোভাৱ তিথিত ছাত্ৰী সকলে কৰা বৰগীত পৰিবেশন।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ তম্ তিৰোভাৱ তিথি উদযাপন  #2025
26/08/2025

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৮ তম্ তিৰোভাৱ তিথি উদযাপন

#2025

Address

লক্ষীটাৰি, মালয়বাৰী
Guwahati
782403

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:30pm

Telephone

+918876735519

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শংকৰদেৱ শিশু বিদ্যা নিকেতন, মালয়বাৰী:

Shortcuts

Share

Category