Al Aziz Preach TV

Al Aziz Preach TV

Share

To Preach the Enlightened Eternal True Messages of Islam and the Peace from the all Spheres of Life all Across the Globe...!

10/04/2026

HSLC RESULT : 2026
Heera Academy Tezpur


11/03/2026

'মাইচুৰা'— তাইৰ নামটোৱে যেন এটি আৱেগ। তাই জীবনত আব্বা আম্মা শব্দ দুটা শিকাৰ আগতে সৰ্বপ্ৰথমে যিটো শব্দ শিকা বা কোৱা আৰম্ভ কৰিছিলে, সেইটো আছিলে 'আতিক ছাৰ' 😊 মোৰ 'আশ্বিক' নামৰ শ্ব টো আৰু তাই ভালকৈ উচ্চাৰণ কৰিব নোৱাৰাৰ বাবে আতিক ছাৰ বুলিয়েই মাতিছিলে। তাইৰ কাৰণে কিবা এটা লৈ গ'লে, মাহমুদ আৰু মাৰয়মে তাইক আশ্বিক আনিছে বুলি কোৱাটো শিকাইছিলে আৰু সেইটো তাইৰ মন-মগজুত ভালদৰে সোমাই পৰে। ইয়াৰ পিছৰে পৰা তাইক কোনোবাই যদি তাইৰ কিবা এটা বস্তুৰ প্ৰতি ইশ্বাৰা কৰি কয় যে 'এইটো কোনে আনিছে ?' তেতিয়া তাইৰ উত্তৰ মাথোঁ এটাই— বোলে, আশ্বিক ছাৰে আনিছে। 😊 প্ৰায় ছমাহলৈকে এইটো উত্তৰেই তাইৰ মুখৰ পৰা শুনা গৈছিলে। আজি তাই অলপ ডাঙৰ হলেই আৰু। চব কথাবোৰ প্ৰায় কবই পাৰে । মোক পালেই তাই দৌৰি আহি প্ৰায়েই তাই হজলৈ যোৱাৰ কথা কয়। আল্লাই কবুল কৰক। আজি তাইৰ সৈতে হোৱা কথোপকথনৰ এটি স্মৃতি ধৰি ৰাখিবলৈ প্ৰয়াস কৰিলো।

(বিঃদ্ৰঃ হাফিজ DrMansur Ahmed ছাৰ আৰু Dr. Jinnath Anam মেডামৰ এজন পুত্ৰ সন্তান আৰু দুজনী জীয়ৰীৰ ভিতৰত তায়েই হ'ল চবতকে সৰু)

— A. R. AL-Aziz
Dated : 9 March 2026

Photos from Al Aziz Preach TV's post 09/03/2026

08/03/2026

Barapani : Shillong, Meghalaya Tour
An Educational Excursion from Heera Academy Tezpur
Dated : 23 January 2026

28/02/2026

সদ্যহতে মেট্ৰিক পৰীক্ষা সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰী সকললৈ হাফিজ DrMansur Ahmed ছাৰৰ এটি ধূনীয়া বাৰ্তা !

Heera Academy Tezpur

10/01/2026

The River-Bank : Brahmaputra : Under the Bridge, Kaliyabhumura, Tezpur 😍

08/01/2026

প্ৰাকৃতিক সৌন্দৰ্য্যৰ মাজত ! পবিতৰা অভয়াৰণ্য 😍
In the Midst of the Natural Beauty, Pabitara Sanctuary, Hanging Bridge

01/01/2026

🔹Visiting Heera Academy Tezpur
🔹 মাননীয় সঞ্চালক প্ৰধান হাফিজ DrMansur Ahmed ছাৰৰ সৈতে এটি অপূৰ্ব্ব সাক্ষাৎকাৰ !

03/12/2025

Today, I had the wonderful opportunity to visit a well-known school— Adarsha Markaz Academy, Mayong Buraburi. The moment I stepped through the gate, a gentle sense of discipline and elegance filled the air. The campus itself seemed to breathe learning—silent hallways whispering stories of knowledge, and classrooms glowing with curiosity.

Apart from the Honorable Principal Moul. Wahiduz Zaman Sahab, Vice Principal Mr. Jeherul Hoque and all the teachers— respectful warm welcoming greetings of the students really impressed me a lot. Students' behaviour was truly admirable—polite, attentive, and full of youthful grace. Every student I met carried a spark in their eyes, a sign of eagerness to learn and excel. Their smartness did not reflect only in their well-spoken words, but also in their confident posture, thoughtful questions, and the way they interacted with one another.

Leaving the school, I carried with me a sweet memory—a memory of bright minds and sincere hearts. Visiting such a remarkable institution reminded me that education shines brightest where discipline meets kindness, and where smartness blossoms through good behaviour.

— A. R. AL-Aziz
Dated : 3 December 2025
Mayong Buraburi, Morigaon

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Website

Address

Guwahati
782122