13/04/2025
PM SHRI Kalatoli Kathmi Anchalik Senior Secondary School
It's a Official page of Kalatoli Kathmi Anchalik Senior Secondary School. It is a school from class I to XII like this page and share this page.
13/04/2025
#বিশেষ_জাননী
আগন্তুক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষা (HSLC Final Exam. 2025)ত অৱত্তীৰ্ণ হ'ব লগা পৰীক্ষাৰ্থী সকলে পৰীক্ষা কেন্দ্ৰত পালন কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা
১/ পৰীক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি পৰীক্ষা কেন্দ্ৰত আহিব লাগিব ।
২/ পৰীক্ষাৰ্থীৰ লগত অহা কোনো অভিভাৱক পৰীক্ষা কেন্দ্ৰত প্ৰবেশ কৰিব নোৱাৰিব ।
৩/ পৰীক্ষাৰ্থীয়ে নিজৰ original Admit Card আৰু original Registration Card লগত লৈ পৰীক্ষা কেন্দ্ৰত আহিব লাগিব ।
৪/ পৰীক্ষা কেন্দ্ৰৰ প্ৰবেশদ্বাৰত পৰীক্ষাৰ্থীসকলক নিশ্চিদ্ৰ তালাচি (frisking) কৰা হ'ব। পৰীক্ষাৰ্থীৰ লগত কোনো ধৰণৰ নিষিদ্ধ সামগ্ৰী পালে, সামগ্ৰীসমূহ প্ৰবেশদ্বাৰৰ বাহিৰত এৰি যাব লাগিব অন্যথা পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰত প্ৰবেশ কৰিবলৈ দিয়া নহ'ব।
৫/ পৰীক্ষাৰ্থীয়ে বেগ, কোনো ইলেক্ট্ৰনিক গেজেট, ডিজিটেল ঘড়ী, ম'বাইল ফোন, কোনোধৰণৰ কাগজ-পত্ৰ (admit আৰু registration cardৰ বাহিৰে) আদি আনিব নোৱাৰিব । এনে ধৰণৰ নিষিদ্ধ কোনো সামগ্ৰী ধৰা পৰিলে, সামগ্ৰী জব্দ কৰা হ'ব আৰু পৰীক্ষাৰ্থীজন ৩ বছৰৰ বাবে বহিষ্কৃত (Expelled) হ'ব পাৰে।
৬/ স্বচ্ছ পিচ ব'ৰ্ড (Transparent clipboard), ক'লা বলপেন, প্ৰয়োজন সাপেক্ষে সাধাৰণ জ্যামিতি বাকচ লগত লৈ আহিব পাৰিব।
৭/ পৰীক্ষা আৰম্ভ হোৱাৰ ৩০ মিনিট পাচত অহা পৰীক্ষাৰ্থীক পৰীক্ষাগৃহত সোমাবলৈ দিয়া নহ'ব ।
৮/ কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ ২ ঘণ্টা পূৰ্ণ হোৱাৰ আগতে কোনো কাৰণত পৰীক্ষা গৃহ ত্যাগ কৰিব বিচাৰিলে প্ৰশ্ন কাকত জমা দি ওলাই আহিব লাগিব ।
৯/ পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত কোনোধৰণৰ আপত্তিজনক মন্তব্য (Objectionable Remarks) লিখিব নোৱাৰিব ।
১০/ পৰীক্ষাৰ্থীয়ে পৰীক্ষা গৃহত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে তত্ত্বাৱধায়কে (Invigilator)ৰে পৰীক্ষাৰ্থীক অযোগ্য ঘোষণা কৰি ৩ বছৰৰ বাবে বহিষ্কৃত (Expelled) কৰিব পাৰে ।
#বিঃদ্ৰঃ সচেতন নাগৰিক সকলক অনুৰোধ জনাম, আপোনালোকে অনুগ্ৰহ কৰি পথচাৰী বা যান-বাহনৰ চালকসকলে বাটে-পথে কোনো পৰীক্ষাৰ্থী দেখিলে সৰ্বতোপ্ৰকাৰে সাহায্য কৰাৰ প্ৰয়াস কৰিব। আপোনাৰ ওচৰ-চুবুৰীয়াৰ কোনো পৰীক্ষাৰ্থী থাকিলে message টো forward কৰিব বুলি আশা কৰিলোঁ।
ধন্যবাদ |
20/04/2024
আমাৰ মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী(2023-24বৰ্ষ)
15/02/2024
H.S.L.C Final Exam Seat plan 2024
24/12/2023
আজি ইং -২৪/১২/২০২৩ তাৰিখ ৰবিবাৰে দিনৰ ১-৩০ বজাত সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ মাননীয়া কুইন ওজা ডাঙৰীয়ানী বাইদেৱে কালাতলী কাঠমী আঃ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নতুন বিল্ডিঙৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে। সাংসদ গৰাকীৰ লগত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ একাংশ।
24/09/2023
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Vill+P. O: Kalatoli Bazar, Dist. : Kamrup Pin:
Guwahati
781136
Opening Hours
| Monday | 9am - 3pm |
| Tuesday | 9am - 3pm |
| Wednesday | 9am - 3pm |
| Thursday | 9am - 3pm |
| Friday | 9am - 3pm |
| Saturday | 9am - 1pm |