ICT Teacher Assam Alpiers

ICT Teacher Assam Alpiers

Share

Connect with Computer Teacher and students

01/04/2026

২০ বছৰ ধৰি অসমত কম্পিউটাৰ শিক্ষকসকলে নীৰৱে দায়িত্ব পালন কৰি আহিছে। বিদ্যালয়ত digital শিক্ষা আগবঢ়াই, ছাত্র-ছাত্রীৰ ভৱিষ্যৎ গঢ়িছে। কিন্তু দুখৰ বিষয়—আজিও তেওঁলোক নিজে অনিশ্চয়তাৰ মাজত।

এইটো কেৱল এজন শিক্ষক বা এটা সংগঠনৰ সমস্যা নহয়—এইটো অসমৰ শিক্ষা ব্যৱস্থাৰ সন্মানৰ বিষয়।

আমি সুধিব বিচাৰো—
যিসকলে ২০ বছৰ ধৰি সেৱা আগবঢ়ালে, তেওঁলোকৰ অধিকাৰ কেতিয়া পূৰণ হ’ব?



26/07/2025

Injustice with Computer Teacher Assam

Photos from ICT Teacher Assam Alpiers's post 25/07/2025

অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ আজি কম্পিউটাৰ বিজ্ঞানৰ শিক্ষাৰ পৰা কিয় বঞ্চিত কৰে?

Photos from ICT Teacher Assam Alpiers's post 25/07/2025

24/07/2025

24/07/2025
24/07/2025

Dharna Programme on 24/07/2025 of Computer teacher Assam

24/07/2025

Dharna programme of Computer Teacher on 24 July 2025

19/03/2025

CM meet and give our memorandum From Kamrup Dist with Our Rupaly ba,Gitika Ba,Dipa Rani Ba and some others on 19/03/2025

Photos from ICT Teacher Assam Alpiers's post 13/03/2025

13 March 2025 Guwahati press club

13/03/2025

মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনালোঁ বিষয়টো চাই এখেত সকলকো পুনৰ নিযুক্তিৰ ব্যৱস্থা কৰে যেন৷

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Telephone

Address


Dispur
Guwahati
781005