#काजीरंगा राष्ट्रीय उद्यान
Edu hub - R.E.( Revolution in Educacation) search on YouTube for the full video
Hirak GS Faculty
Qualified SI(AB) written qualified in 2022❤️ and graduated from Bhawanipurr Anchalik college in 2021❤
कारगिल युद्ध: 1999 की वीर गाथा
Edu hub - R.E.( Revolution in Educacation) search on YouTube for full video
Q. As we know that the maximum tenure of a PM of India is 5 years but who was the only one PM of India who served for 6 years?
আমি জানো যে আমাৰ ভাৰতত প্ৰধান মন্ত্ৰীৰ সৰ্বোচ্চ কাৰ্য্যকাল ৫ বছৰ কিন্তু একমাত্ৰ কোন গৰাকী প্ৰধানমন্ত্ৰী য়ে ৬ বছৰ কাৰ্যকালত আছিল ?
Answer- Indiara Gandhi.
( ইন্দিৰা গান্ধী)।
Q. Who was the best ruler of Varmana Dynasty ?
বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন ৰ নাম কি ?
Answer- Kumar Bhaskar Varman
(কুমাৰ ভাস্কৰ বৰ্মন)
Q. Who is known as the "Iron Lady" of India ?
ভাৰতৰ লৌহ নাৰী বুলি কাক কোৱা হয় ?
Answer- Indira Gandhi
(ইন্দিৰা গান্ধী)
Q. In which year the capital of India was transferred from Calcutta to New Delhi ?
ভাৰতৰ ৰাজধানী কলকাতা ৰ পৰা নতুন দিল্লী লৈ কেতিয়া স্থানান্তৰ কৰিছিল ?
Answer- 1911(১৯১১ চনত)
Q. What was the name of the the elephant of king Bhagadutta ?
ৰজা ভগদত্ত ৰ হাতীটোৰ নাম কি আছিল ?
Answer-Supratika or Oirabot
(সুপ্রতিকা বা ঐৰাৱত)
Q. What is the name of the smallest planet of our solar system ?
আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ টোৰ নাম কি ?
Answer- Mercury.
(বুধ)।
Q. Who was the first ruler of Assam ?
অসমৰ প্ৰথম শাসক জনৰ নাম কি আছিল ?
Answer- Mahiranga Danava .
(মহিৰংগ দানৱ)।
Click here to claim your Sponsored Listing.
Location
Website
Address
Guwahati
Opening Hours
| Monday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Saturday | 9am - 5pm |
| Sunday | 9am - 5pm |