Dainik Amar Khobar

Dainik Amar Khobar নিৰপেক্ষ নিৰ্ভীক সাংবাদিকৰ সৈতে,সত্য আৰু ন্যায়ৰ পক্ষত সত্যৰ সন্দানত
Dainik Amar Khobar

18/08/2026

কোকৰাঝাৰত মন্ত্ৰী বিশ্বজিত দৈমাৰীৰ সংবাদমেল l

চিৰাঙত যৌন নিৰ্যাতনত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। অভিযুক্ত নাছিৰুল শ্বেখ গুলীবিদ্ধ। ভৰিত গুলী লাগিছে অভিযুক...
17/08/2026

চিৰাঙত যৌন নিৰ্যাতনত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। অভিযুক্ত নাছিৰুল শ্বেখ গুলীবিদ্ধ। ভৰিত গুলী লাগিছে অভিযুক্ত নাছিৰুলৰ।

09/08/2026
09/08/2026

বদৰুদ্দিন আজমলক লৈ মন্তব্য মুস্তফা কামাল আজহাৰীৰ।

02/08/2026

⭕নগাঁৱত এইবাৰ শিক্ষাৰ জেহাদ।

⭕'হাম-এক গ্ৰুপ অফ ইনষ্টিটিউচন'-এ চলাইছে এই জেহাদ

⭕গৰজি উঠিল নগাঁৱৰ ছাত্ৰ সমাজ।

⭕সংবাদমেল সম্বোধন কৰি ফাদিল কৰিলে বিতৰ্কিত শিক্ষা প্ৰতিষ্ঠানটিৰ গোপন অধ্যায়।

⭕ধন ঘটাৰ বাবেই ভুৱা ডিগ্ৰী প্ৰদান কৰি অহাৰ অভিযোগ।

01/08/2026

নগাঁৱত স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলৰ সংবাদ মেল।

নগাঁও মেডিকেল কলেজ চিকিৎসালয় পৰিদৰ্শন

স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে দেওবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে । মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া, চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হয় । বিঘলি তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এটি মত বিনিময় অনুষ্ঠানতো অংশগ্ৰহণ কৰি সমস্যাৰ বুজ লোৱাৰ লগতে উন্নয়ন সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মত প্ৰকাশ কৰে।

01/08/2026

উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ আজমল ফাউণ্ডেছনৰ খাদ্য -সামগ্ৰী প্ৰদান।

টীয়কৰ কাকজানত শতাধিক পৰিয়ালক বিতৰণ কৰিলে বিভিন্ন খাদ্য -সামগ্ৰী

01/08/2026

উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ আজমল ফাউণ্ডেছনৰ খাদ্য -সামগ্ৰী প্ৰদান।

30/07/2026

কোকৰাঝাৰৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ আঠীয়াবাৰী ফৰেষ্ট ৰেঞ্জত কাঠকটীয়া আৰু বনকর্মীৰে সংঘৰ্ষ।
পৰিস্থিতি উত্তপ্ত হোৱাত বন কৰ্মীৰ শুণ্যলৈ গুলিচালনা
মংগলবাৰে বিয়লী সংঘটিত হোৱা উক্ত ঘটনাৰ পিছতে সন্ধানহীন পৰা ফুংখা বসুমতাৰী নামৰ কাঠকঠীয়া জনৰ আজি মৃতদেহ উদ্ধাৰ হয়।
কাঠকঠীয়া ফুংখা বসুমতাৰী বনৰক্ষীৰ গুলীত নিহত হোৱাৰ সন্দেহ।
নিহত ফুংখা বসুমতাৰী দুই নং মইনাগুৰী গাঁৱৰ বুলি জানিব পৰা গৈছে।

25/07/2026

Address

Chirang
Guwahati
GUWAHATIASSAM

Website

Alerts

Be the first to know and let us send you an email when Dainik Amar Khobar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share