গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট

  • Home
  • India
  • Gauhati
  • গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট

গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট Gauhati University Study Circle is an independent body of progressive students dealing with literall

আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আপোনাসৱৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰিব।
20/05/2022

আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস। আপোনাসৱৰ সঁহাৰিয়ে আমাক উৎসাহিত কৰিব।

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাৰ আজি প্ৰথম দিন।গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সহায়ক কক্ষ।
15/09/2021

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাৰ আজি প্ৰথম দিন।
গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সহায়ক কক্ষ।

আজি সন্ধিয়া অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট  ৰ এখন সাধাৰণ সভাত অধ্যয়ন চক্ৰৰ ২০২১-২২ বৰ্ষৰ সমিতিখন গ...
01/09/2021

আজি সন্ধিয়া অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট ৰ এখন সাধাৰণ সভাত অধ্যয়ন চক্ৰৰ ২০২১-২২ বৰ্ষৰ সমিতিখন গঠন কৰা হয়।
উক্ত সভাই সৰ্বসন্মতিক্ৰমে তলত দিয়া ধৰণে সমিতিখন গঠন কৰে......

১/ মূখ্য উপদেষ্টা:-ৰুণজুন দেৱী
২/উপদেষ্টা মণ্ডলী:-

আৰচদ আলি

৩/সভাপতি:- চিমি আহমেদ
৪/উপ-সভাপতি:- দ্বীপজ্যোতি গগৈ


৫/সাধাৰণ সম্পাদক:-প্ৰাণজিৎ কলিতা
৬/সহকাৰী সাধাৰণ সম্পাদক:-গুঞ্জন বৰা
ব্ৰিজেশ গগৈ
৭/শিক্ষা ও ‍আলোচনী সম্পাদক:- ভাস্কৰ ৰাজবংশী
৮/প্ৰচাৰ সম্পাদক:- নৱদ্বীপ বৰগোহাঁই
হুছাইন আহমেদ
৯/সাংস্কৃতিক সম্পাদক:- পাৰ্থ প্ৰতীম গোস্বামী
প্ৰত্যাশী কলিতা

Today is the Last date of filling up form for GU PG admission. Aspirants who are yet to apply should fill up their appli...
30/08/2021

Today is the Last date of filling up form for GU PG admission. Aspirants who are yet to apply should fill up their applications form asap.

link for filling up the form-

দুৰ্বিত্তৰ দাৰ ঘাপত মৃত্যু হোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয় ছাত্ৰী নন্দিতা শইকীয়ালৈ "গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গো...
26/08/2021

দুৰ্বিত্তৰ দাৰ ঘাপত মৃত্যু হোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয় ছাত্ৰী নন্দিতা শইকীয়ালৈ "গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট" ৰ তৰফৰ পৰা আজি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰত মমবাতি জ্বলাই অকালতে প্ৰাণ হেৰুৱাব লগা হোৱা নন্দিতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ সাধাৰণ সম্পাদক Pranjit Kalita ই নন্দিতাৰ হত্যাকাৰীৰ চৰম শাস্তিৰ দাবী জনাই অসমত বাঢ়ি অহা এনে ঘটনাৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয় বহুতৰে বাবে এক সপোনৰ নাম। প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে কৃষ্ণচূড়া নগৰীৰ একোজন বাসিন্দা হো...
06/08/2021

গুৱাহাটী বিশ্ববিদ্যালয় বহুতৰে বাবে এক সপোনৰ নাম। প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে কৃষ্ণচূড়া নগৰীৰ একোজন বাসিন্দা হোৱাৰ আশাৰে বিশ্ববিদ্যালয় খনৰ নামভৰ্তি প্ৰক্ৰিয়াৰ মাজত সোমাই পৰে। বহুতৰে সপোনবোৰ ফলিয়ায়,আন বহুতে আশাহত হৈ উভতি যাব লগা হয়। ছাত্ৰ ছাত্ৰীসকলৰ এই সপোনৰ বগোৱা বোৱা ৰাস্তাটোত আমাৰ ফালৰ পৰা কিছু সহায়-সহযোগ আগবঢ়োৱাৰ কামনাৰেই আমাৰ এই প্ৰচেষ্টা।

Free feel to contact us . GU Study Circle is always ready to serve you selflessly.

Post Graduate Admission Notification of Gauhati University for the academic year 2021-22
03/08/2021

Post Graduate Admission Notification of Gauhati University for the academic year 2021-22

বক্সিং ৰিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি চেমি-ফাইনেলত প্ৰবেশ অসম কন্যা লাভলীনা বৰগোহাঁইৰ।
30/07/2021

বক্সিং ৰিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি চেমি-ফাইনেলত প্ৰবেশ অসম কন্যা লাভলীনা বৰগোহাঁইৰ।

প্ৰগতিশীল অসমীয়া সাহিত্যিক, নাৰী অধিকাৰৰ এগৰাকী যোদ্ধা, স্পষ্ট নাৰীবাদী দৰ্শনেৰে অসমীয়া সাহিত্যত নাৰীবাদী ধাৰণাটোক অধিক ...
29/07/2021

প্ৰগতিশীল অসমীয়া সাহিত্যিক, নাৰী অধিকাৰৰ এগৰাকী যোদ্ধা, স্পষ্ট নাৰীবাদী দৰ্শনেৰে অসমীয়া সাহিত্যত নাৰীবাদী ধাৰণাটোক অধিক তীব্ৰ কৰি তোলা ড° অনিমা গুহ বাইদেউৰ মৃত্যুত আমি গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো আৰু লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছো।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা , বিশিষ্ট শিক্ষাবিদ, ৰাজনৈতিক বিশেষজ্ঞ অধ্যাপি...
25/07/2021

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা , বিশিষ্ট শিক্ষাবিদ, ৰাজনৈতিক বিশেষজ্ঞ অধ্যাপিকা নিৰু হাজৰিকা বাইদেউৰ পৰলোকপ্ৰাপ্তিত আমি গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট গভীৰ শোক প্ৰকাশ কৰিছো। লগতে বিশ্ববিদ্যালয় পৰিয়ালৰ এজন হিচাপে আমি শোক সন্তপ্ত পৰিয়াবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।লগতে বাইদেউৰ আত্মাই চিৰশান্তি লাভ কৰক তাকেই কামনা কৰিছো।

হীৰুদালৈ শ্ৰদ্ধাজ্ঞলী !
04/07/2021

হীৰুদালৈ শ্ৰদ্ধাজ্ঞলী !

Address

Jalukbari, Guwahati
Gauhati
781014

Telephone

+918486844852

Website

Alerts

Be the first to know and let us send you an email when গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ গোট:

Shortcuts

Share

Category