সোনাপুৰ জাতীয় বিদ্যালয়.

সোনাপুৰ জাতীয় বিদ্যালয়.

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from সোনাপুৰ জাতীয় বিদ্যালয়., School, জালুকবাৰি, সোনাপুৰ, Gauhati.

09/02/2025

#২০২৫-২৬ শিক্ষাবৰ্ষৰ নামভৰ্তি চলি আছে

Photos from সোনাপুৰ জাতীয় বিদ্যালয়.'s post 26/01/2025

ডিমৰীয়া সমজিলা প্ৰশাসনৰ সৌজন্যত ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন #
@সোণাপুৰ জাতীয় বিদ্যালয়.❤️❤️❤️

16/01/2025

#শনিবৰীয়া চ'ৰা

Photos from সোনাপুৰ জাতীয় বিদ্যালয়.'s post 27/12/2024

#বন্ধু বিদ্যালয়
@কমলাজাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু সোণাপুৰ জাতীয় বিদ্যালয়।
#আজি হৈ যোৱা বন্ধু বিদ্যালয় অনুষ্ঠানৰ কিছু আলোকচিত্ৰ।😍❤️❤️

14/11/2024
14/11/2024

বিদ্যালয়ত শিশু দিৱসৰ কিছু অনুষ্ঠানৰ অংশ😍🥰

Photos from সোনাপুৰ জাতীয় বিদ্যালয়.'s post 15/08/2024

#৭৮তম স্বাধীনতা দিৱসৰ কিছু আলোকচিত্ৰ🙏❤️

Photos from সোনাপুৰ জাতীয় বিদ্যালয়.'s post 19/07/2024

#ডিমৰীয়া বিধান সভা সমষ্টি ভিত্তিত আয়োজিত নাটকৰ কৰ্মশালাত আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে শ্ৰদ্ধেয় অসীম কৃষ্ণ বৰুৱা।🙏
#সোণাপুৰ জাতীয় বিদ্যালয়

Photos from সোনাপুৰ জাতীয় বিদ্যালয়.'s post 20/06/2024

আজি ২০ জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যুবাৰ্ষিকী দিনটো শ্ৰদ্ধাৰে সুঁৱৰিছো।🙏
এইজনা মহান শিল্পীগৰাকীৰ পৱিত্ৰ ক্ষণত বিদ্যালয়ত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগীতা ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ কিছু আলোকচিত্ৰ।
#সোণাপুৰ জাতীয় বিদ্যালয়।

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Address


জালুকবাৰি, সোনাপুৰ
Gauhati
সোনাপুৰ