মুক্তাংগন-Muktangon

মুক্তাংগন-Muktangon আলোক সন্ধানী এক যাত্ৰা, স্বাধীন কন্ঠৰ মুক্ত মঞ্চ!

our aim lies in addressing issues constructively and informatively, offering curated news and information in a simplified yet comprehensive manner!

20/10/2025

Muktangon and Growvance together wishing you all a very happy diwali.

12/10/2025

শুভ দেওবাৰ! আজিৰ Off the Recordsৰ অতিথি নবীন বুঢ়াগোহাঁই। Chaw Niku Tiao-Chao ৰ সৈতে বুৰঞ্জী, বিতৰ্ক, বাঘ হাজৰিকা আদি বিভিন্ন কথা আলোচনা কৰে অসমৰ জনপ্ৰিয় বুৰঞ্জীবিদ নবীন বুঢ়াগোঁহায়ে।

কাইটৰ মাজেৰে খোজ কঢ়া জুবিন গাৰ্গৰ শেষ যাত্ৰা ফুলৰ মাজেৰে। জুবিনদা জীয়াই থাকিব চিৰদিন, যেতিয়ালৈকে অসমীয়া জাতিটো থাকিব।
21/09/2025

কাইটৰ মাজেৰে খোজ কঢ়া জুবিন গাৰ্গৰ শেষ যাত্ৰা ফুলৰ মাজেৰে।

জুবিনদা জীয়াই থাকিব চিৰদিন, যেতিয়ালৈকে অসমীয়া জাতিটো থাকিব।

20/09/2025

Chief Minister Dr. Himanta Biswa Sharma pays tribute to Zubeen Garg by chief minister.

20/09/2025

দিল্লী বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰ দেহ আহি পাইছেহি।

20/09/2025

জুবিন গাৰ্গৰ নিজ বাসভৱনত অনুৰাগীৰ ভিৰ। প্ৰাণৰ শিল্পী জনক শেষ বাৰলৈ চোৱাৰ হেঁপাহ সকলোৰে চকুত।

20/09/2025

সমূহ জুবিন অনুৰাগী লৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান।

20/09/2025

টেঙাখাত ৰাজপথত লাখ লাখ অসম গৌৰৱ সদ্য প্ৰয়াত জুবিন গাৰ্গ অনুৰাগীয়ে হাতে হাতে বন্তী প্ৰজ্জলন কৰি শ্ৰদ্ধাঞ্জলী শোভাযাত্ৰা উলিয়াই ।

জুবিনদাৰ শেষ যাত্ৰাৰ সময়সূচী....
20/09/2025

জুবিনদাৰ শেষ যাত্ৰাৰ সময়সূচী....

লাগে নে নালাগে আপোনালোকৰ মতামত জনাব। #জুবিন
20/09/2025

লাগে নে নালাগে আপোনালোকৰ মতামত জনাব।

#জুবিন

19/09/2025

ছিংগাপুৰত অনুষ্ঠিত হোৱা North east festivalত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গ। ছিংগাপুৰত স্কুবা ড্ৰাইভিংত অংশগ্ৰহন কৰিছিল। স্কুবা ড্ৰাইভিংৰ সময়ছোৱাত দুৰ্ঘটনাত পতিত হৈছিল আৰু ততাতৈয়াকৈ জৰুৰীকালীন বিভাগত ভৰ্তি কৰিছিল। ছিংগাপুৰতেই শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী যুগজয়ী শিল্পীয়ে।

এয়া আছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিও।

Address

Guwahati

Alerts

Be the first to know and let us send you an email when মুক্তাংগন-Muktangon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to মুক্তাংগন-Muktangon:

Shortcuts

Share