04/12/2022
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ছাত্ৰ - ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত আমাৰ জয়নাৰায়ণ বাংকাকাতা প্ৰাথমিক বিদ্যালয়ৰ মৰমৰ ছাত্ৰ গীতাৰ্থ কলিতাই ছয়গাঁও শিক্ষা খণ্ডৰ ভিতৰত ' ক ' শাখাত প্ৰথম স্থান লাভ কৰি আমাৰ বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।