13/04/2026
মোৰ বন্ধুই মোক খেলিবলৈ দিছে 😌🌸
জয় আই অসম
এই "Page"টো আৰু "Youটিউব Channel" টো Experiment & বিজ্ঞান সম্পৰ্কীয় বিষয়ৰ হয় । plz Support
13/04/2026
মোৰ বন্ধুই মোক খেলিবলৈ দিছে 😌🌸
14/01/2026
Happy মাঘৰ বিহু 💐💐💐💐💐💐💐💐🥥🥥🥥🥥🥥🥥❤️
সকলোকে মাঘ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐 মেজিৰ জুয়ে সকলোৰে দুখ বেমাৰ জ্বলাই এটা সুন্দৰ জীৱন প্ৰদান কৰক ✅💪❤️ Mr. Local Scientist
Free Home Delivery Gas stand 💐 9101159296 💐
🇵 🇷 🇮 🇨 🇪 /2150/ & /2250/
Black Gas Stand - /2150
Blue Gray Stand - /2250
Free Home Delivery 💐
এতিয়াই Order কৰক DM
Gas Stand Order Now .
19/09/2025
💔 কিছুমান বাতৰি অকল্পনীয় 💔 আশা কৰোঁ মিছা হওঁক ।
দুখীয়া ব্যক্তি , ৰাস্তাৰ জীৱ-জন্তু আৰু প্ৰয়োজন হোৱা জনক সহায়, বাসস্থান আৰু খাদ্যৰ ব্যৱস্থা কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিব বুলি আশা কৰিলোঁ
Please Feed Poor people , Street Animals & Give them shelters .
ৰাম ৰাম | আজি ২৬ মে , ২০২৫ তাৰিখ - মোৰ মা তুল্য মোৰ জেঠিমাই (স্বৰ্গীয় প্রিয়লতা দাস) আমাক এৰি যোৱা ছয় মাহেই হৈ গল । কেতিয়াবা কিছুমান কথা মানিব খুব টান হৈ পৰে , প্ৰতিদিনে কামনা কৰোঁ যাতে তোমাক হেৰুৱা কথাটো সপোনহে হয় । কিন্তু সেয়া দিঠক , যিটো কেতিয়াও মানিব নোৱাৰো । তুমি মা তুল্য আছিলা , তুমি ছায়া আছিলা , তুমি গুৰু আছিলা , তুমি সকলো আছিলা , হয়তো কোনোবা ভগৱানৰ অৱতাৰ আছিলা , চিনিব নোৱাৰিলোঁ । তোমাক সদায় মনত পৰে মোৰ জেঠিমা । কেতিয়াবা কিছুমান কথা আৱেগেৰেও বুজাব নোৱাৰি , তোমাক সফল হৈ দেখাব নোৱাৰিলোঁ , কিন্তু সদায় তুমি বিচৰাৰ দৰে নিজক উচিত কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ , আজিও কৰোঁ , তুমি বিচৰাৰ দৰে সদায় এজন ভাল ল'ৰা হবলৈ চেষ্টা কৰিম । ক্ষমা কৰিবা জেঠিমা কিবা যদি ভুল কৰিছোঁ । তোমাক সদায় মনত পৰে । তুমি ভগৱানৰ সৈতে শান্তিত থাকা , সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ । ওম শান্তি: ওম শান্তি: ওম শান্তি: 🌹
* তলত আজি বিষ্ণুপাঠৰ কিছু মুহূৰ্ত *
22/02/2025
new project coming soon ✅
ইটাৰে হিতাৰ বনাওঁক কৰি কৰিব বুলি আশা কৰিলোঁ ।
স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐💐 .