30/04/2023
*Governor of Assam releases Agrivision 7th National Convention poster.*
Shri Gulabchand Katariya Hon'ble governor of assam along with Agrivision State Convenor Shubham choudhary, released a poster for 7th Agrivision National Convention entitled "Sustainable Agriculture for a Self-Reliant India".
The convention is being organised by VIDYARTHI KALYAN NYAS, Bhopal on May 5-6 at (NASC Complex) ICAR Pusa , New Delhi in collaboration with ICAR, Minstry of Agriculture & Farmer Welfare & Ministry of Fisheries, Animal Husbandry and Dairying, Government of India.
Various themes of convention are based on "Sustainable Agriculture for a Self-Reliant India. On this occasion Shri Radheshyam Kumawat, National executive committee Member Agrivision, Dr. Amarjeet Kumar Assistant Professor Genetics & Plant Breeding CAU Imphal were also present there. During this meeting Hon’ble governor discussed various concern related to Agriculture of Assam and all North East states.
01/12/2022
AGRIVISION ASSAM welcomes India's G20 Presidency on behalf of each and every Karyakartas of Agrivision.
19/11/2022
মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম ধ্বজাবাহক নায়ক তথা উজনি অসমৰ শক্তিশালী তথা আদিম পৰাক্ৰমী জনগোষ্ঠী মৰাণ জনজাতিৰ সুপুত্ৰ বীৰ ৰাঘৱ মৰাণৰ জন্মজয়ন্তীত সশ্ৰদ্ধ প্ৰণিপাত জনালো ।
🚩😇💐🙏🏻
01/08/2022
Congratulations to Mr. Shubham Choudhary for being appointed as State Convenor of AGRIVISION, Assam.
24/07/2022
Best wishes to the UG Students of all colleges under Assam Agricultural University for their end term examination from us .
19/07/2022
আজি ১৯-০৭-২০২২ ইং তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ আয়াম এগ্ৰিভিজন অসম প্ৰদেশৰ এটি সঁজাতি দলে অসমৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ দাখিল কৰি কৃষি বিষয়ৰ লগত অধ্যয়নৰত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন ক্ষেত্ৰত বিশেষকৈ বানপানীৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ আদায়ৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক মহাবিদ্যালয় সমূহত সঠিকভাৱে শিক্ষা দান ব্যৱস্থা অব্যাহত ৰাখিবৰ বাবে উপযুক্ত পৰিবেশ প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়া, ৰাজ্যিক যুটীয়া সম্পাদক হেৰল্ড মহন ডাঙৰীয়া তথা ৰাজ্যিক এগ্ৰিভিজন প্ৰমুখ শুভম চৌধুৰী ডাঙৰীয়া।
Agrivision Assam
Agrivision 🚩
19/07/2022
এগ্রিভিছন অসমৰ এটি সজাতি দলে ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰুক সাক্ষাৎ কৰি বানপানীৰ ফলত নষ্ট হোৱা মহাবিদ্যালয়খনৰ আন্তঃগাঁঠনিৰ বিষয়ে বিৱৰণ গ্ৰহণ কৰে।
A Team of Agrivision Assam met Dean of Fishery College, Raha, Nagaon and took report of losses happened in the College due to Flood...