Sankardev Sishu Vidya Niketan,Khetri

Sankardev Sishu Vidya Niketan,Khetri বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

27/03/2026
অংকুৰণ ৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী সহযোগত নাট্য কৰ্মশালা অহা ইংৰাজী ১৯/৩/২০২৬ তাৰিখ ৰ পৰা ২৯/৩/২০২...
17/03/2026

অংকুৰণ ৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী সহযোগত নাট্য কৰ্মশালা অহা ইংৰাজী ১৯/৩/২০২৬ তাৰিখ ৰ পৰা ২৯/৩/২০২৬ তাৰিখ লৈকে অনুস্থিত কৰা হ'ব। সেয়ে হে সকলোৰে সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰা হ'ল 🙏🙏 জয়তু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী

Healthy teeth, happy smiles! Thank you Colgate for guiding our students towards better oral care.”
01/12/2025

Healthy teeth, happy smiles! Thank you Colgate for guiding our students towards better oral care.”


মায়াবিনীৰ মায়াসনা সেই কণ্ঠ আজি নিস্তব্ধ......💔💔💔 কোনো পধ্যেই মানি ল'ব পৰা নাই, জুবিন দা আৰু আমাৰ মাজত নাই।।🥲 ওম শান্তি 🙏...
19/09/2025

মায়াবিনীৰ মায়াসনা সেই কণ্ঠ আজি নিস্তব্ধ......💔💔💔 কোনো পধ্যেই মানি ল'ব পৰা নাই, জুবিন দা আৰু আমাৰ মাজত নাই।।🥲

ওম শান্তি 🙏🙏।। কোনোবা এটা পৃথিৱীত আকৌ লগ পাম ।

AI says: ‘This is not just a school gate, this is a red carpet of future stars!’ ⭐📸
13/09/2025

AI says: ‘This is not just a school gate, this is a red carpet of future stars!’ ⭐📸


Newslive ৰ জীপাল জীৱন অনুষ্ঠানটি আমাৰ নিকেতনত যোৱা কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল । সম্পূৰ্ণ অনুষ্ঠানটি চাবলৈ ক্লিক কৰক 👇...
12/09/2025

Newslive ৰ জীপাল জীৱন অনুষ্ঠানটি আমাৰ নিকেতনত যোৱা কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল । সম্পূৰ্ণ অনুষ্ঠানটি চাবলৈ ক্লিক কৰক 👇👇👇

https://www.facebook.com/share/v/1GGiPgDWhY/

ষষ্ঠ শ্ৰেণীৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক উৎসাহজনক শ্ৰেণী কক্ষৰ কিছু দৃশ্য! 🌿✨ আমি smart-class শিকণ পদ্ধতিৰ পৰিচয় কৰাই...
09/09/2025

ষষ্ঠ শ্ৰেণীৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক উৎসাহজনক শ্ৰেণী কক্ষৰ কিছু দৃশ্য! 🌿✨ আমি smart-class শিকণ পদ্ধতিৰ পৰিচয় কৰাইছো আৰু ছাত্ৰ-ছাত্ৰীসকলে বহুত উৎসাহেৰে তাক গ্ৰহণ কৰিছে। তেওঁলোকে কেৱল কালাংশটো উপভোগহে কৰা নহয়, জীৱবিজ্ঞানৰ ৰোমাঞ্চকৰ জগতৰ মূল্যবান জ্ঞানো আহৰণ কৰিছে।

"Moments from a lively class with our Class VI students! 🌿✨ This time, we introduced smart-class learning, and the students embraced it with great excitement. They not only enjoyed the session but also gained valuable insights into the fascinating world of zoology."

Address

NH37
Guwahati

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Sankardev Sishu Vidya Niketan,Khetri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category