Gyanam Academy :: Gohpur

Gyanam Academy :: Gohpur Gyanam Academy , classes NUR to X.

|| गणपति बाप्पा मोरया || गणेश चतुर्थी का यह उत्सव आपके जीवन में अपार खुशियाँ, सुख-शांति और समृद्धि लेकर आए!  GYANAM ACAD...
31/08/2022

|| गणपति बाप्पा मोरया || गणेश चतुर्थी का यह उत्सव आपके जीवन में अपार खुशियाँ, सुख-शांति और समृद्धि लेकर आए! GYANAM ACADEMY ::: GOHPUR की ओर से आप सभी को गणेश चतुर्थी की हार्दिक शुभकामनाएं।

29/08/2022
29/08/2022

*NOTICE*

It is informed to all students that the school will remain closed on 29/08/22(Monday) on account of *Tithi of Srimanta Sankardev*

*জাননী*

ইয়াৰ দ্বাৰা সমূহ ছাত্ৰ-ছাত্ৰীক জনোৱা হয় যে অহা ইং *২৯/০৮/২০২২ ( সোমবাৰ)* তাৰিখে *শ্ৰীমন্ত শঙ্কৰদেৱৰ তিথি* ৰ উপলক্ষে বিদ্যালয় বন্ধ থাকিব।

24/08/2022

১৮)ৰিৰ্ছাড এটেনবৰ' ব্ৰিটিছ অভিনেতা অস্কাৰ বিজয়ী গান্ধী কথাছবিৰ নিৰ্মাতা আৰু পৰিচালক ৰ মৃত্যু হৈছিল।

১৯)১৯৮৯চনত ষ্টেনবৰুৱা ওৰফে হৰিবৰুৱা বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ সশস্ত্ৰ সংগ্ৰামী জনৰ মৃত্যু হৈছিল।
২০১৯চনত ভাৰতীয় ৰাজনীতিবিদ আৰু আইনজ্ঞ অৰুণ জেটলিৰ মৃত্যু হৈছিল।

(7২১) ২০২০ চনত অসমৰ এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা জীৱেশ্বৰ ডেকাৰ মৃত্যু হৈছিল।

২২)ইউক্ৰেনৰ স্বাধীনতা দিৱস।

(8)

24/08/2022

২৪.৮.২০২২...................

১)১৬০৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম খন জাহাজ চুৰাট উপকূলত প্ৰৱেশ কৰে।

২)১৮১৪ চনত ব্ৰিটিছ বাহিনীয়ে ৱাশ্বিংটন ডি চি দখল কৰে আৰু বহুতো ৰাজহুৱা অনুষ্ঠান ধ্বংস কৰে (ৱাৰ্নি অৱ ৱাছিংটন বা১৮১২ ৰ যুদ্ধ)

22/08/2022

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অহা ৩ ছেপ্টেম্বৰত ৰাজ্যৰ বিভিন্ন ঠাইত উলহ মালহেৰে অভিৰুচী ক্ৰীড়া দিৱস উদযাপনৰ প্ৰস্ততি সম্পূৰ্ণ হৈছে।

বিদ্যালয়ত উঠা এখন ফটো
22/08/2022

বিদ্যালয়ত উঠা এখন ফটো

18/08/2022

Best wishes to all of students on the occasion of "SRI KRISHNA JANMASHTAMI"

KRISHNA

18/08/2022

*NOTICE*

1) The school will remain closed on 19/08/22(Friday) on account of *Janmashtmi*.

*জাননী*

1) *জন্মাষ্টমী* ৰ বাবে বিদ্যালয় ১৯/০৮/২২ তাৰিখে (শুক্ৰবাৰে) বন্ধ থাকিব।

আদেশমৰ্মে
অধ্যক্ষ

12/08/2022

Address

Gohpur
784168

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 12pm

Telephone

+19706830719

Website

Alerts

Be the first to know and let us send you an email when Gyanam Academy :: Gohpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Gyanam Academy :: Gohpur:

Shortcuts

Share

Category