Ekhoj Agor Pine এখোজ আগৰ পিনে

  • Home
  • Ekhoj Agor Pine এখোজ আগৰ পিনে

Ekhoj Agor Pine এখোজ আগৰ পিনে ⭐⭐⭐⭐⭐⭐

03/06/2025

নিজৰ ভুলৰ প্ৰতি মানুহ অন্ধ।।
আনৰ ভুল দেখিলে মানুহ হৈ পৰে অনুবীক্ষণ যন্ত্ৰ ।।

03/06/2025

আল্লাহ যিটো ভাগ্যত ৰাখা নাই সেইটো অন্তৰৰ পৰাও
নাইকীয়া কৰি দিয়া।।😢

29/05/2025

জানানে ?
তুমি আছা বাবেই পৃথিৱীখন ইমান ধুনীয়া 🥰

26/05/2025

স্বচ্ছতা কি পাৰ চৰাইৰ পৰা শিকা।।
একতা কি কাউৰীৰ পৰা শিকা।।
সমতা কি মৌ-মাখিৰ পৰা শিকা ।।
শৃংখলা কি পৰুৱাৰ পৰা শিকা।।
পৰিশ্ৰম কি ঘোঁৰাৰ পৰা শিকা।।
‌ আৰু
হিংসা , অহংকাৰ , লোভ, ক্ৰোধ ,
নিষ্ঠুৰতাৰ
মহান আল্লাহ পাকে সৃষ্টি কৰা শ্ৰেষ্ঠ জীৱ
মানুহৰ পৰা শিকা।।

22/05/2025

जिंदगी वो नही है जो हम सोचते है
जिंदगी वो होता है जो हम लोगो के होता है ।।

$ ফুল তুমি মৰমৰ ,তুমি ফুলি থাকা ...$
19/05/2025

$ ফুল তুমি মৰমৰ ,তুমি ফুলি থাকা ...$

   # flower $
19/05/2025

# flower $

17/05/2025

Not Everything I post is my situation,
Some times I post
your situation,
On your behalf

Address

783132

Alerts

Be the first to know and let us send you an email when Ekhoj Agor Pine এখোজ আগৰ পিনে posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share