20/11/2022
পূৱ শিমূলবাৰী জামিয়া ইছলামীয়া ৰিয়াজুল জান্নাত মাদ্রাছাৰ উন্নতি কল্পে ১৮ তম বার্ষিক #বিশাল_ধর্মীয়_জলছাহ
#স্থানঃ জামিয়া ইছলামীয়া ৰিয়াজুল জান্নাত মাদ্রাছা প্রাঙ্গন, পূৱ শিমুলবাৰী
#তারিখ-১২ জানুৱাৰী ২০২৩ ইং (বৃহস্পতিবাৰ)
আচ্ছালামু আলায়কুম ওৱা ৰাহমাতুল্লাহি ওৱা বাৰাকাতুহু,
জোনাব / ডাঙৰীয়া,
পরম করুণাময় আল্লাহ তা'লাৰ ওপৰত ভৰষা কৰি আন আন বছৰৰ দৰে এইবেলিও এদিনীয়া কাৰ্য্যসূচীৰে অহা ইংৰাজী ১২ জানুৱাৰী, ২০২৩ তাৰিখ বৃহস্পতিবাৰ দিনা আবেলি ৩ বজাৰ পৰা পূৱ শিমুলবাৰী জামিয়া ইছলামীয়া ৰিয়াজুল জান্নাত মাদ্ৰাছাৰ উন্নতি কল্পে ১৮ তম বার্ষিক বিশাল ধর্মীয় জলছাহ খন মাদ্ৰাছাৰ উপ-সভাপতি বাঙ্গালঝাৰ নিবাসী মৌঃ খলিলুৰ ৰহমান চাহাবৰ সভাপতিত্বত আয়োজন কৰা হৈছে ।
এই বিশাল ধর্মীয় জলছাহত সুনাম ধন্য উলামা সকলে কোৰাণ আৰু হাদিছৰ আলোকত ভাষণ প্ৰদান কৰিব । উষ্ণ জলছাহত আপোনাক / আপোনালোকক অংশ গ্ৰহণ কৰি অসীম ছোৱাবৰ ভাগী হবলৈ ইয়াৰে আমন্ত্ৰণ জনোৱা হ'ল।
ইতি-
আমন্ত্রিত উলামা বৃন্দ
#মুখ্য_বক্তাঃ
1️⃣ শ্বাইখ মৌলানা আব্দুল কাবীৰ ইছলাহী, চেয়াৰমেন ইনষ্টিটিউট অব তাহফিজুল কুৰআন, ডোমকল, মুর্শিদাবাদ, কলকাতা
2️⃣ শ্বাইখ মৌলানা মনোৱাৰ হুছাইন, এম. এম, আৰবী শিক্ষক, কল্যাণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
3️⃣ শ্বাইখ মৌলানা মুফতি ৰকিবুল ইছলাম- শিক্ষক, জাঃ দ্বিঃ মানছুৰীয়া মাদ্ৰাছা,জয়ভূম চুনাৰী