Al Ayub Hassan

Al Ayub Hassan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Al Ayub Hassan, Goalpara.

✊ Social Activist | G.S(Administration) Jaleswar Block Youth Congress Committee.Working for Youth Rights & Social Equality | Let’s Be the Change
Master's in HRM
Ex BHain..

09/03/2026

এইবাৰ কংগ্ৰেছৰ চৰকাৰ।

Gaurav Gogoi

09/03/2026

24/02/2026
জুকৰ মুখত চূণ পৰিল। হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এক প্ৰকাৰৰ চূণ হানিলে তেওঁৰেই দলৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ ...
24/02/2026

জুকৰ মুখত চূণ পৰিল। হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এক প্ৰকাৰৰ চূণ হানিলে তেওঁৰেই দলৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ভাৰত আৰু ফিলিপাইনচ মৈত্ৰী গোটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিলে লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক। ইয়াৰ দ্বাৰা লোক সভাত গুৰুত্ব বাঢ়িল গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে পাকিস্তানৰ লগত সম্পৰ্ক থকা বুলি চিঞৰি থকা বিজেপিৰ ভাইটি চেলৰ গোবৰুৱা কেইটাৰ লগতে আগশাৰীৰ ব্যক্তি কেইজনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
জয় আই অসম
জয় কংগ্ৰেছ।

24/02/2026

হিমন্তবিশ্বৰ কমিছনৰ ভৰত দলং খহি পৰিল
∆∆∆∆∆∆∆∆
হিমন্তবিশ্বৰ কমিছন খোৱাৰ ভৰত ডিমা হাচাউৰ হাৰাংগাজাও অঞ্চলত ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নিৰ্মাণ কৰি থকা অৱস্থাতে কংক্ৰিটৰ দলং খহি পৰিল | আহত হল এজন শ্ৰমিক | গুৰুত্বপূৰ্ণ কথা হল দলং ধালাই কৰি থকা অৱস্থাত দলং খহি পৰা এইটো অসমৰ ইতিহাসৰ প্ৰথমটো ঘটনা | নিৰ্মাণ কৰি থকা অৱস্থাত দলং খহাৰ দৰে উন্নয়ণৰ কাম কৰা দক্ষ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সন্মানত অসম প্ৰদেশ বিজেপিএ "দক্ষ মুখ্যমন্ত্ৰীলৈ অভিনন্দন" শীৰ্ষক Event এটা কৰিব পাৰে ।

23/02/2026
21/02/2026

অখিল গগৈলৈ আমাৰ মুছলমান সমাজৰ প্ৰশ্ন উজনি অসমত মিঞা খেদাকলৈ কিয় নিমাত কিন্তু নামনি অসমৰ মিঞালৈ ইমান দৰদ কিয়? ইয়াৰ আৰত কিবা আছে নেকি?

Address

Goalpara
783129

Telephone

+18135077570

Website

Alerts

Be the first to know and let us send you an email when Al Ayub Hassan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Al Ayub Hassan:

Shortcuts

Share