05/09/2026
65 তম্ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । শিক্ষক দিৱস উপলক্ষে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু ,
গুৰু দেৱো মহেশ্বৰ :।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম ,
তস্মৈ শ্ৰী গুৰুৱে নম:::।।