Dalgoma Anchalik College New

Website

Dalgoma Anchalik College New Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dalgoma Anchalik College New, Education, Dalgoma, Matia, Goalpara.

অসম গ্ৰামীণ জীৱীকা অভিযান (Assam State Rural Livelihoods Mission)ৰ তৰফৰ পৰা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা সম্পৰ্...
02/09/2026

অসম গ্ৰামীণ জীৱীকা অভিযান (Assam State Rural Livelihoods Mission)ৰ তৰফৰ পৰা দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা সম্পৰ্কত আজি (২/৯/২০২৬) অনুষ্ঠিত এদিনীয়া প্ৰশিক্ষণত দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

সুন্দৰপুৰ গাওঁৰ জনপ্ৰিয় ব্যক্তি আমজাদ আলী চাহাবৰ মৃত্যুত আমি ব্যথিত হৈছোঁ। দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতে...
19/08/2026

সুন্দৰপুৰ গাওঁৰ জনপ্ৰিয় ব্যক্তি আমজাদ আলী চাহাবৰ মৃত্যুত আমি ব্যথিত হৈছোঁ। দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত থকা এই গৰাকী সন্মানীয় ব্যক্তি সেই সময়ত কেইবা বছৰ ধৰি মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।

A Ceremonial Distribution of Certificates of Internship Programme to the successfully completed students of Dalgoma Anch...
13/08/2026

A Ceremonial Distribution of Certificates of Internship Programme to the successfully completed students of Dalgoma Anchalik College held today (13/8/2026) at Conference Room. Mr. Siddhartha Dutta from Veecap Eduventures Pvt Ltd attended as Guest of Honour.

দলগোমা আঞ্চলিক মহাবিদ্যালয় প্ৰতিষ্ঠা আৰু পৰিচালনা সমিতিৰ অন্যতম সদস্য, দলগোমা অঞ্চলৰ এগৰাকী নীৰৱ সমাজকৰ্মী, সহজ-সৰল, মা...
12/08/2026

দলগোমা আঞ্চলিক মহাবিদ্যালয় প্ৰতিষ্ঠা আৰু পৰিচালনা সমিতিৰ অন্যতম সদস্য, দলগোমা অঞ্চলৰ এগৰাকী নীৰৱ সমাজকৰ্মী, সহজ-সৰল, মানৱদৰদী, সঁচা অৰ্থৰ মানুহ শ্ৰদ্ধাৰ হিমাংশু কলিতা ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা চিৰবিদায় মাগে। বহুদিন একেলগে কলেজৰ কথা পাতিছোঁ, লগ হ'লেই জীৱনৰ বাটত বহু কথা হৈছে আমাৰ, একেলগে বহিছোঁ, বহুত মৰমীয়াল আৰু দৰদী আছিল মানুহজন। শোকাভিভূত হৈছোঁ। হিমাংশু দাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। দাদা আপুনি য'তেই নাথাকক কিয়, শান্তিত থাকক। 🙏

Internship started for the 5th semester students of our college from today.
02/07/2026

Internship started for the 5th semester students of our college from today.

দলগোমা শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-...
21/06/2026

দলগোমা শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু বঁটা গ্ৰহণ

দলগোমা আঞ্চলিক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অন্যতম প্ৰধান প্ৰতিষ্ঠাতা, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত শৰৎ চন্দ্...
12/06/2026

দলগোমা আঞ্চলিক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অন্যতম প্ৰধান প্ৰতিষ্ঠাতা, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত শৰৎ চন্দ্ৰ নাথদেৱলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি তথা শোকসভা

দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু পৰিচালনা সমিতিৰ দীৰ্ঘকালৰ এগৰাকী অন্যতম বিষয়ববীয়া, অকল দলগোমা অঞ্চলৰেই নহয় গো...
11/06/2026

দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু পৰিচালনা সমিতিৰ দীৰ্ঘকালৰ এগৰাকী অন্যতম বিষয়ববীয়া, অকল দলগোমা অঞ্চলৰেই নহয় গোটেই গোৱালপাৰা জিলাখনৰেই এগৰাকী বিশেষ পৰিচিত ব্যক্তি, আজিৰ দিনৰ আটাইৰে নমস্য শৰৎ চন্দ্ৰ নাথদেৱৰ বিয়োগত আমাৰ মহাবিদ্যালয় পৰিয়াল অতিশয় মৰ্মাহত হৈছোঁহক। বয়সে যাক হাৰ মনাব পৰা নাছিল, ৯০-৯৫ বছৰ বয়সতো তলৌ তলৌ কৈ দিনৰ দিনটো ঘূৰি ফুৰা এগৰাকী অকপট, নিঃস্বার্থ সমাজকৰ্মী শ্ৰীনাথ তেখেতসকলৰ মানসকন্যা আমাৰ মহাবিদ্যালয়লৈ প্ৰায়ে আহিছিল আৰু আমাৰ সকলোৰে খা-খবৰ লৈ সন্তোষ লভিছিল। তেখেতৰ মৰম-চেনেহ, সু-পৰামৰ্শ আৰু আশীৰ্বাদে আমাক কৃতাৰ্থ কৰিছে, তেখেতৰ উপস্থিতি আমি সদায় অনুভৱ কৰিম, মনত পৰিব তেখেতৰ মহানুভৱতাৰ কথা, পাহৰিব নোৱাৰিম আমাৰ শৰৎ জেঠাক। ম্ৰিয়মান মহাবিদ্যালয় পৰিয়ালৰ হৈ জনাইছোঁ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি, লগতে জনাইছোঁ পৰিয়ালবৰ্গলৈ সমবেদনা।

2nd Merit list of candidates for admission to BA (FYUGP) 1st Semester published today. The selected candidates are invit...
09/06/2026

2nd Merit list of candidates for admission to BA (FYUGP) 1st Semester published today. The selected candidates are invited to take admission from 10-6-2026 to 12-6-2026.
The other candidates wish to take admission at Dalgoma Anchalik College are asked not to be disappointed and they are hereby advised to come college on 15th June onwards for Spot Admission.

Plantation on World Environment Day
06/06/2026

Plantation on World Environment Day

Address

Dalgoma, Matia
Goalpara
783225

Alerts

Be the first to know and let us send you an email when Dalgoma Anchalik College New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category