SBP Memorial H.S School , Mornai, Goalpara

SBP Memorial H.S School , Mornai, Goalpara আমি একেখন নাৱৰে যাত্ৰী, আমাৰ বিদ্যালয় আমাৰ গৌৰৱ।

কিমান যে স্মৃতি বুকুত বান্ধি আছে এইজোপা বটবৃক্ষই 💚 ❤️!!!!!!!!
17/05/2026

কিমান যে স্মৃতি বুকুত বান্ধি আছে এইজোপা বটবৃক্ষই 💚 ❤️!!!!!!!!

আমাৰ বিদ্যালয়খন ❤️
14/05/2026

আমাৰ বিদ্যালয়খন ❤️

ৰাজনীতি বিভাগত কৰ্মৰত হৈ আমাৰ বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কনিকা দাস বাইদেউৰ বিয়োগৰ খবৰটো শুনি ম...
24/03/2025

ৰাজনীতি বিভাগত কৰ্মৰত হৈ আমাৰ বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কনিকা দাস বাইদেউৰ বিয়োগৰ খবৰটো শুনি মৰ্মাহত হৈছোঁ। বাইদেউৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।
ঔঁম শান্তি 🙏

এয়া আমাৰ বাবে অতি গৌৰৱৰ সময়, আমাৰ নিজ অঞ্চল মৰনৈ তথা আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী দাদা ড° সমীৰণ পাটগীৰি (প...
17/03/2023

এয়া আমাৰ বাবে অতি গৌৰৱৰ সময়, আমাৰ নিজ অঞ্চল মৰনৈ তথা আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী দাদা ড° সমীৰণ পাটগীৰি (পদাৰ্থ বিজ্ঞান) আৰু বাইদেউ ড°ছন্দামিতা দাসে (অসমীয়া সাহিত্য) ২০২২ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্ব্বোচ্চ ডিগ্ৰী পি এইচ ডি, লাভ কৰি আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ফটোত তেখেত সকলৰ আনুষ্ঠানিক প্ৰমান পত্ৰ সমূহ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰাৰ মূহুৰ্তটো। আমাৰ বিদ্যালয়ৰ বাবে এইয়া নিশ্চয়কৈ আনন্দৰ খবৰ। অভিনন্দন দুয়োগৰাকীলৈ 🙏🙏

Address

Goalpara

Website

Alerts

Be the first to know and let us send you an email when SBP Memorial H.S School , Mornai, Goalpara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category