পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয় , ভাটিপাৰা

  • Home
  • India
  • Goalpara
  • পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয় , ভাটিপাৰা

পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয় , ভাটিপাৰা PM SHRI BHATIPARA LP SCHOOL, VILLAGE BHATIPARA PO DUBAPARA DIST GOALPARA ASSAM Under Matia Block Elementary Education Office.

Establishment 02.01.1972
Prov . 1975
upgrade to PM SHRI 2022 - 23

28/03/2026

ছাত্ৰ ছাত্ৰীসকলে জমা কৰা ধন আজি উভতাই দিয়া হ'ল।একোজনে দুই চাৰি টকাকৈ জমা কৰি আজি ১০০- ১৫০ কৈ লাভ কৰি আনন্দত মতলীয়া।

পঞ্চম শ্ৰেণীৰ উত্তৰণ সভাৰ ২০২৬ অতিথি হিচাপে উপস্থিত থাকে বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী যুতা মল্লিকা দাস।
27/03/2026

পঞ্চম শ্ৰেণীৰ উত্তৰণ সভাৰ ২০২৬
অতিথি হিচাপে উপস্থিত থাকে বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী যুতা মল্লিকা দাস।

ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ নাম ভৰ্তিকৰণ চলি আছে। আহক আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁ।
19/03/2026

ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ নাম ভৰ্তিকৰণ চলি আছে। আহক আপোনাৰ সন্তানৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰোঁ।

Project based learning খণ্ড পৰ্যায়ত অংশগ্ৰহণ কৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত । ইয়াৰ দ্...
06/02/2026

Project based learning খণ্ড পৰ্যায়ত অংশগ্ৰহণ কৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰি ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত । ইয়াৰ দ্বাৰা প্ৰেৰণা লাভ কৰে আৰু আগলৈ অধিক মনোযোগ দিয়াৰ বাবে সংকল্পবদ্ধ হয়।

আজি ইং ১০/০১/২০২৫ তাৰিখ শনিবাৰে সপ্তধাৰা কাৰ্যসূচীৰ অংশ হিচাপে "সমাজ সমুদায় সেৱা ধাৰা " আয়োজন কৰা হয়। অতিথি হিচাপে উপ...
10/01/2026

আজি ইং ১০/০১/২০২৫ তাৰিখ শনিবাৰে সপ্তধাৰা কাৰ্যসূচীৰ অংশ হিচাপে "সমাজ সমুদায় সেৱা ধাৰা " আয়োজন কৰা হয়। অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মাননীয় শ্বৰিফুল ইছলাম মহোদয়। তেওঁৰ বক্তব্যই ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক সুন্দৰ প্ৰভাৱ পেলায়। প্ৰতিটো কথাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মনত সাঁচ বহুৱালে। প্ৰতি শনিবাৰে আয়োজিত সভাত নতুনত্ব প্ৰদান কৰি আহিছে।

আজি ২ জানুৱাৰী ২০২৬ তাৰিখে বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ শিলান্যাস কৰা হয়। শিলান্যাস কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে গো...
02/01/2026

আজি ২ জানুৱাৰী ২০২৬ তাৰিখে বিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ শিলান্যাস কৰা হয়। শিলান্যাস কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰী যুত অনুপ কুমাৰ দাস মহোদয়, পি এম শ্ৰী আঁচনি বিষয়া শ্ৰীযুত গুণ হাজৰিকা মহোদয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মাহালোম বাদশ্বাহ, প্ৰাক্তন সভাপতি তথা সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত পঞ্চানন পাঠক ডাঙৰীয়া, প্ৰাক্তন সভাপতি তথা প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি মনোৰঞ্জন কলিতা ডাঙৰীয়া , প্ৰাক্তন সভাপতি চামচুল হক ডাঙৰীয়া, সদস্য তাইজুদ্দিন খান , প্ৰাক্তন ছাত্ৰ বন্ধুবৰ ৰিণ্টু পাঠক, সদস্যা জেউতি কলিতা, গাঁৱৰ মুৰব্বী প্ৰভাত চন্দ্ৰ কলিতা।
এটি নতুন অধ্যায়ৰ সূচনা হ'ল। প্ৰণিধানযোগ্য যে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি ৰাহি হোৱা ধনেৰে স্মৃতিচাৰণ হিচাপে গে'ট নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। শুভাকাংক্ষীসকলৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিলোঁ।

27/12/2025
বিদ্যালয় সপ্তাহত বঁটা বিতৰণী অনুষ্ঠান । সভাপতিৰ আসনত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ মাইনুৰ ইছলাম।
22/12/2025

বিদ্যালয় সপ্তাহত বঁটা বিতৰণী অনুষ্ঠান । সভাপতিৰ আসনত চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ মাইনুৰ ইছলাম।

21/06/2025
Result of Gunotsav 2025
27/03/2025

Result of Gunotsav 2025

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হৈছিল। প্ৰায় ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষ...
24/03/2025

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰা হৈছিল। প্ৰায় ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ল।

Address

MORNOI/GOALPARA
Goalpara
GOALPARA

Opening Hours

Monday 9am - 2:30pm
Tuesday 2:30pm - 2:30pm
Wednesday 9am - 2:30pm
Thursday 9am - 2:30pm
Friday 9am - 2:30pm
Saturday 9am - 1pm

Telephone

+919401232379

Website

Alerts

Be the first to know and let us send you an email when পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয় , ভাটিপাৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to পি এম শ্ৰী ভাটিপাৰা প্ৰাথমিক বিদ্যালয় , ভাটিপাৰা:

Shortcuts

Share

Category