YEF Written Academy
এই page ত অসম আৰক্ষী আৰু SSC GD ৰ সকলো Content পাব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই page Follow কৰিব পাৰে।
Q. ভাৰতৰ আটাইতকৈ দীঘল ৰেল সুৰংগখনৰ নাম কি?
A. অটল সুৰংগ
B. শ্যামাপ্ৰসাদ মুখাৰ্জী সুৰংগ
C. পীৰ পাঞ্জাল সুৰংগ
D. এটাও নহয়।
07/11/2025
Our 3rd batch students for Assam Police and SSC GD.
ভাৰতবৰ্ষ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহ:
1. “ভাৰতীয় মানক মধ্যাহ্ন ৰেখাডাল” (Indian Standard Meridian)পাৰ হৈ যোৱা ৰাজ্য কেইখন হল:উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ..........।
(a) অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক
(b) অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু
(c) কৰ্ণাটক আৰু তামিলনাডু
(d) ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ
2. অন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত থকা বিদেশী দেশটো হ’ল—
(a) শ্ৰীলংকা
(b) মিয়ানমাৰ
(c) ইণ্ডোনেচিয়া
(d) পাকিস্তান
3. নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ আটাইতকৈ বেছি সংখ্যক অন্য ৰাজ্যৰ সৈতে সীমা সংযোগ কৰিছে?
(a) মধ্যপ্ৰদেশ
(b) মহাৰাষ্ট্ৰ
(c) অসম
(d) বিহাৰ
4. ঝাৰখণ্ডৰ সীমা নিম্নলিখিত কোনখনৰ সৈতে সংযুক্ত নহয়?
(a) পশ্চিমবঙ্গ
(b) ওড়িশা
(c) ছত্তীশগড়
(d) মধ্যপ্ৰদেশ
5. নিম্নলিখিত কোনটো দেশ অন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ পূব দিশত অৱস্থিত?
(a) থাইলেণ্ড
(b) শ্ৰীলংকা
(c) ইণ্ডোনেচিয়া
(d) ওপৰৰ সকলো (All of them)
6. মিয়ানমাৰৰ সৈতে সীমা সংযোগ থকা ভাৰতৰ ৰাজ্যসমূহ হ’ল—
(a) মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ
(b) মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, অসম
(c) মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়
(d) অসম, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ
7. ভাৰতৰ ভিতৰত আটাইতকৈ বেছি অঞ্চল “waste land” (জলাহ ভূমিৰে) আগুৰি থকা ৰাজ্য হ’ল—
(a) গুজৰাট
(b) মধ্যপ্ৰদেশ
(c) জম্মু আৰু কাশ্মীৰ
(d) ৰাজস্থান
8. অনুসূচীত জনজাতিৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য কোনখন?
(A) হিমাচল প্ৰদেশ
(B) মধ্য প্ৰদেশ
(C) আৰুণাচল প্ৰদেশ
(D) চিক্কিম
9. হিমালয় পৰ্বতমালাৰ প্ৰক্ৰিয়াটো তলৰ কোন পৰ্বতৰ অন্তৰ্গত?
(A) ভাঁজযুক্ত পৰ্বত (Fold Mountains)
(B) আগ্নেয়গিৰিয় পৰ্বত (Volcanic Mountains)
(C) খণ্ড পৰ্বত (Block Mountains)
(D) এটাও নহয়।
10. হাম্পি অৱস্থিত :
(A) অন্ধ্ৰ প্ৰদেশত
(B) তামিলনাডুত
(C) কৰ্ণাটকত
(D) শ্ৰীলংকাত
11. কপাৰৰ আকৰিক থকা সিংঘভূমি অৱস্থিত:
(A) বিহাৰত
(B) ঝাৰখণ্ডত
(C) অন্ধ্ৰ প্ৰদেশত
(D) ওড়িশাত
12. হিন্দুস্থান মেচিন টুলৰ কাৰখানা কত আছে?
(ক) বেংগালৰু (কৰ্ণাটক)
(খ) কালামাছেৰী (কেৰালা)
(গ) পিঞ্জোৰ (হাৰিয়ানাত)
(ঘ) ওপৰৰ সকলো ঠাইত।
13. নাহৰকাটীয়া তেলক্ষেত্ৰ অৱস্থিত —
(A) ত্ৰিপুৰাত
(B) পশ্চিমবংগত
(C) অসমত
(D) মধ্যপ্ৰদেশত
14. তলৰ কোনটো সাৰৰ উদ্যোগ ৰাজহুৱা খণ্ডৰঅন্তৰ্গত নহয়?
(A) ভাটিণ্ডা
(B) নাঙ্গল
(C) কোটা
(D) গোৰখপুৰ
15. ভাৰতৰ কোন স্থানত ডগৰি ভাষা কোৱা হয়?
(A) পশ্চিমবংগত
(B) অসমত
(C) জম্মু আৰু কাশ্মীৰত
(D) ৰাজস্থানত
16. ভাৰতৰ একেলগে সৰ্বাধিক দূৰত্বৰ ব্রড গেজ ৰেলপথ কোন দুটা স্থানৰ মাজত আছে?
(A) কন্যাকুমাৰী আৰু জম্মুৰ তাৱী
(B) গুৱাহাটী আৰু তিৰুৱানন্তপুৰম
(C) নতুন দিল্লী আৰু চেন্নাই
(D) গোৰখপুৰ আৰু কচিন
17. কোল্লেৰু হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত?
(A) কেৰালা
(B) অন্ধ্ৰ প্ৰদেশ
(C) তামিলনাডু
(D) ওড়িশা
18. ‘গুৰু শিখৰ শৃংগ"টো কোনখন ৰাজ্যত অৱস্থিত?
(A) ৰাজস্থান
(B) গুজৰাট
(C) মধ্যপ্ৰদেশ
(D) মহাৰাষ্ট
Assam Police Aspirants Receive Encouraging Update. Continue your running practice and study more.
06/11/2025
SSC GD and Assam Police entrance exam preparation batch conducted by Youth Empowerment Forum.
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Sontoli
Guwahati