A V M Junior & Degree College

A V M Junior & Degree College

Share

A co-educational institute for 10+2 & degree course for arts & commerce stream under AHSEC & Guwahat

19/12/2025
30/04/2025

অভিনন্দন৷

অভিনন্দন শিক্ষক-শিক্ষয়িত্ৰী বৃন্দ৷

আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত দেখুওৱা ফলাফলৰ বাবে সকলোকে অভিনন্দন জনালোঁ৷

উল্লেখযোগ্য যে বিভিন্ন বিদ্যালয়ত অনুত্তীৰ্ণ ছাত্ৰছাত্ৰীসকলে আমাৰ মহাবিদ্যালয়ৰ ত নামভৰ্তি কৰাই দুটা বছৰ আমাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি আজি সফলতা লাভ কৰিছে৷

কলা শাখা
অৱতীৰ্ণ=৩৩ জন
উত্তীৰ্ণ=৩২ জন
ফলাফল=৯৭%

বাণিজ্য শাখা

অৱতীৰ্ণ=৬ জন
উত্তীৰ্ণ=৬ জন
ফলাফল=১০০%

বিজ্ঞান শাখা

অৱতীৰ্ণ =২ জন
উত্তীৰ্ণ=১ জন
ফলাফলৰ হাৰ=৫০%

পুনৰায় কওঁ অনুত্তীৰ্ণ ছাত্ৰছাত্ৰীসকলে হতাশ হব নালাগে৷আমাৰ মহাবিদ্যালয়ৰ লৈ আহক৷

যোগাযোগ: এ ভি এম মহাবিদ্যালয়,নুনমাটি লাষ্ট জেট, নুনমাটি-২০

ফোন নং-৯৮৫৯১১৮৩৫৭/৯৫৭৭০৮৮৪২৭/৭০৮৬৭৮৮৩৮৫

বিদ্ৰ: ফটোখনত উত্তীৰ্ণ ছাত্ৰছাত্ৰীৰ একাংশক দেখা গৈছে৷

Photos from A V M Junior & Degree College's post 12/02/2025

কথাবোৰ সহজ নাছিল৷

অহাকালি ১২/০২/২০২৫ ইংৰাজী তাৰিখৰ পৰা আৰম্ভ হব লগা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ সকলো শিক্ষাৰ্থীলৈ জনালো আন্তৰিক শুভকামনা৷

আমাৰ A.V.M.College ৰ পৰা পৰীক্ষাত অবতীৰ্ণ হব প্ৰায় ৫২ গৰাকী ছাত্ৰছাত্ৰী৷

কলা, বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰ ছাত্ৰছাত্ৰীয়ে বহিব চূড়ান্ত পৰীক্ষাত৷

আমাৰ অধিকাংশ ছাত্ৰছাত্ৰীয়েই হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত ব্যৰ্থ হৈ আহি মুক্ত বিদ্যালয়ৰ জড়িয়তে উত্তীৰ্ণ হৈ আহি আমাৰ ত নামভৰ্তি কৰোৱা৷

দুই/তিনিখন জিলাৰ পৰা অহা প্ৰায় প্ৰতিগৰাকী ছাত্ৰছাত্ৰীৰ ঘৰলৈ গৈ শুভকামনা দিয়াৰ লগতে তেওঁলোকক উৎসাহিত কৰাৰ চেষ্টা কৰিছো আমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে৷৷কথাটো সহজ নাছিল৷

বহুতো ছাত্ৰছাত্ৰীৰ জৰাজীৰ্ণ ঘৰ৷কিছুমানৰ ঘৰ পাহাৰৰ বহু ওখ ঠাইত৷আৰ্থিকভাৱে যথেষ্ট দুৰ্বল বহু ছাত্ৰছাত্ৰী৷তথাপিওঁ সকলোৰে উৎসাহ শলাগিবলগীয়া৷

শুভেচ্ছা জনালো আটাইকে পুনৰ৷আশাকৰো তোমালোকে প্ৰমাণ কৰিবা নিজক৷

(সকলো ফটো দিয়া হোৱা নাই আৰু সকলোৰে লগত ফটো উঠাওঁ হোৱা নাই৷)

Photos from A V M Junior & Degree College's post 03/02/2025

সৰস্বতী পূজা ২০২৫

Photos from A V M Junior & Degree College's post 24/09/2024
29/06/2024

Great achievement.Our student Sheikh Iftikar has achieved this.Big Congratulation to him and his parents.Best wishes iftikar

The All Assam Tennis Association is very happy again to announce that after AATA's constant pursuance a top Men's player from Assam, Sheikh Mohammed Iftikhar got appointment in OIL India Limited on contractual basis for one year which will be renewed as per his performance. He will be sponsored by OIL INDIA LIMITED to play tournaments all over India and will also get monthly sponsorship amount from OIL.
The AATA thanks OIL India Limited for their continued support to All Assam Tennis Association.

23/04/2024

Admission is going on...

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address

NOONMATI LAST GATE, KJ TOWER OPP ASSAM JATIYA BIDYALAYA
Gauhati
781020

Opening Hours

Monday 9am - 2pm
Tuesday 9am - 2pm
Wednesday 9am - 2pm
Thursday 9am - 2pm
Friday 9am - 2pm
Saturday 9am - 2pm