14/02/2023
যোৱা ১১/০২/২০২৩ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ে পোন প্ৰথমবাৰৰ বাবে ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত কৰা আন্তঃমহাবিদ্যালয় কাৰাটে প্ৰতিযোগীতাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰি তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হও।
04/01/2023
বঙাইগাঁওত অনুষ্ঠিত হ'ব লগীয়া আন্ত: জিলা ছাব জুনিয়ৰ প্ৰতিযোগীতাৰ বাবে আজি দক্ষিণ কামৰূপৰ ছাব জুনিয়ৰ ল'ৰাৰ খো খো দলটো নিৰ্বাচিত কৰা হয় য'ত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ (বৰ্তমান আৰু প্ৰাক্তন খেলুৱৈ) সৰ্বমুঠ ৯ জন খেলুৱৈয়ে স্থান লাভ কৰিবলৈ সক্ষম হয় । আটাইকেইজনলৈ শুভেচ্ছা থাকিল।
বৰ্তমানৰ খেলুৱৈ কেইজন হ'ল জুবীন দাস , পৰাগ দাস , জ্যোতি দাস , চিন্টু চৌধুৰী আৰু প্ৰাক্তন খেলুৱৈ কেইজন হ'ল সমীৰণ ডেকা, সমীৰণ ডেকা , চিন্টু দাস , ৰাজীৱ দাস , চিৰঞ্জীৱ ডেকা ।
24/12/2022
6th Kamrup District inter club athletes meet
Our respected players
23/12/2022
তাতিবামা হাইস্কুলৰ সোণালী জয়ন্তী উপলক্ষে আয়োজন কৰা মাৰাথন প্ৰতিযোগীতাত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ হৈ ৰঞ্জন নাথ আৰু সীমান্ত দাসে অংশ গ্ৰহণ কৰে তথা ক্ৰমে ১০ আৰু ১৭ নম্বৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । দুয়োজনৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।