Concept Tuition Centre -CTC

Concept Tuition Centre -CTC

Share

This is an official page Concept Tution Centre. This is a page for growing the public view in education.

29/06/2025

্ধত_Special_Class_July_2025

Photos from Concept Tuition Centre -CTC's post 15/04/2025

আমাৰ #কনচেপ্ট_টিউশ্বন_চেন্টাৰত অধ্যয়ন কৰি ২০২৪-২৫ শিক্ষা বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।
সম্বৰ্ধনা কাৰ্যসূচীত কৃতী ছাত্ৰী-ছাত্ৰীক ফুলাম গামোচা, বহী, File Cover আৰু কেলেণ্ডাৰৰে আৰু শিক্ষক বৃন্দক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

সম্বৰ্ধনা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহন কৰি নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ #ৰমেন_বায়নে কৃতী ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য শিক্ষাৰ শৈক্ষিক দিশত ভাষনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে ।

সম্বৰ্ধনা অনুষ্ঠানত গৰৈমাৰী চাইন্স একাডেমিৰ পৰিচালন সঞ্চালক #আমিনুল_ইছলামে যোৱা বৰ্ষত আগবঢ়ো প্ৰতিশ্ৰুতি হিচাপে কনচেপ্ট টিউচন চেন্টাৰৰ পৰা অধ্যয়ন কৰি সৰ্বোচ্চ ৯৫.৬৬ শতাংশ নম্বৰ পাই ডিষ্টিংচন পোৱা কৃতী ছাত্ৰ #আমিন_হাফিজুল_ইছলাম'ক নগদ ৫০০০ টকা প্ৰদান কৰে ৷ লগতে কনচেপ্ট টিউচন চেন্টাৰৰ পৰিচালন সঞ্চালক #ৰবিউল_হকে আন আন বছৰৰ দৰে এই বেলিও #গণিত বিষয়ত লেটাৰ প্ৰাপ্ত ছাত্ৰক ১০০০ টকাকৈ আগবঢ়ায় ৷

অনুষ্ঠানটিত গ্ল'বেল একাডেমিৰ সত্বাধিকাৰী #মনিৰ_উদ্দিন_আহমেদ, শিক্ষক #মোনছেৰ_আলী_আহমেদ, কালাতলী কাঠমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিষয় শিক্ষক #নুৰ_ইছলাম, শিক্ষক #মফিজুদ্দিন_আহমেদ প্ৰমুখ্যে কৰি ভালেসংখ্যক ব্যক্তিয়ে ভাষন দিয়ে আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন উজ্বল হওঁক তাৰে কামনা কৰে।

15/04/2025
Photos from Concept Tuition Centre -CTC's post 10/04/2025

াখাত_2025_26_ৰ_বাবে_পাঠদানৰ_শুভ_আৰম্ভ_14_04_2025



N.B: আগতীয়াকৈ Booking ৰ বাবে Name, Class, Contact Number লিখি যোগে পঠিয়াব পাৰিব। ধন্যবাদ

18/03/2025

#পাঠদান_আৰম্ভ_19_03_2025
#পাঠদানৰ_সময়_আবেলি 3:00 বজাত

#উপযুক্ত_সময়ৰ_আজিয়ে_যোগাযোগ_কৰক

08/03/2025

#পাঠদান_আৰম্ভ_19_03_2025
#নামভৰ্তি_চলি_আছে

Want your school to be the top-listed School/college in Guwahati?

Click here to claim your Sponsored Listing.

Location

Category

Telephone

Website

Address


Bhalukabari
Guwahati
781136

Opening Hours

Monday 6am - 8pm
Tuesday 6am - 8pm
Wednesday 6am - 8pm
Thursday 6am - 8pm
Friday 6am - 8pm
Saturday 6am - 8pm
Sunday 9am - 6pm