Sankardev Sishu Vidya Niketan,Khetri

Sankardev Sishu Vidya Niketan,Khetri

Share

বিদ্যা ভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ ব্যক্তিগত বিদ্যালয়।

27/03/2026
17/03/2026

অংকুৰণ ৰ উদ্যোগত আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী সহযোগত নাট্য কৰ্মশালা অহা ইংৰাজী ১৯/৩/২০২৬ তাৰিখ ৰ পৰা ২৯/৩/২০২৬ তাৰিখ লৈকে অনুস্থিত কৰা হ'ব। সেয়ে হে সকলোৰে সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰা হ'ল 🙏🙏 জয়তু শংকৰদেৱ শিশু বিদ্যা নিকেতন ক্ষেত্ৰী

Photos from Sankardev Sishu Vidya Niketan,Khetri's post 01/12/2025

Healthy teeth, happy smiles! Thank you Colgate for guiding our students towards better oral care.”


19/09/2025

মায়াবিনীৰ মায়াসনা সেই কণ্ঠ আজি নিস্তব্ধ......💔💔💔 কোনো পধ্যেই মানি ল'ব পৰা নাই, জুবিন দা আৰু আমাৰ মাজত নাই।।🥲

ওম শান্তি 🙏🙏।। কোনোবা এটা পৃথিৱীত আকৌ লগ পাম ।

13/09/2025

AI says: ‘This is not just a school gate, this is a red carpet of future stars!’ ⭐📸


12/09/2025

Newslive ৰ জীপাল জীৱন অনুষ্ঠানটি আমাৰ নিকেতনত যোৱা কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল । সম্পূৰ্ণ অনুষ্ঠানটি চাবলৈ ক্লিক কৰক 👇👇👇

https://www.facebook.com/share/v/1GGiPgDWhY/

09/09/2025

ষষ্ঠ শ্ৰেণীৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক উৎসাহজনক শ্ৰেণী কক্ষৰ কিছু দৃশ্য! 🌿✨ আমি smart-class শিকণ পদ্ধতিৰ পৰিচয় কৰাইছো আৰু ছাত্ৰ-ছাত্ৰীসকলে বহুত উৎসাহেৰে তাক গ্ৰহণ কৰিছে। তেওঁলোকে কেৱল কালাংশটো উপভোগহে কৰা নহয়, জীৱবিজ্ঞানৰ ৰোমাঞ্চকৰ জগতৰ মূল্যবান জ্ঞানো আহৰণ কৰিছে।

"Moments from a lively class with our Class VI students! 🌿✨ This time, we introduced smart-class learning, and the students embraced it with great excitement. They not only enjoyed the session but also gained valuable insights into the fascinating world of zoology."

Photos from Sankardev Sishu Vidya Niketan,Khetri's post 08/09/2025

আজি সুধাকণ্ঠ, অসমৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্ম- শতবার্ষিকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।

Want your school to be the top-listed School/college in Gauhati?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

NH37
Gauhati

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12pm