Nilakshi Devi F

Website

Nilakshi Devi F Forever living product International অনলাইন প্ৰজেক্টৰ জড়িত হৈ কাম কৰি আছো ।সকলোৱে এই কাম কৰিব পাৰে ।

Good nightToday meeting
03/10/2026

Good night
Today meeting




23/09/2026

🏠 ঘৰতে থাকি উপাৰ্জনৰ সুযোগ বিচাৰিছে নেকি?
নিজৰ খালী সময়খিনি সঠিকভাৱে ব্যৱহাৰ কৰি অনলাইন কামৰ বিষয়ে জানিব বিচাৰিলে WhatsApp-ত “INTERESTED” বুলি এটা Message কৰক। 📲
📞 WhatsApp: 9101973024
হয়তো আপোনাৰ এই সৰু এটা Message-য়েই হ’ব পাৰে নতুন কিবা এটা শিকাৰ আৰু আগবঢ়াৰ প্ৰথম খোজ। ✨

যোৱা ৯ sep  তাৰিখৰ পৰা আমাৰ ঘৰৰ পৰা মোৰ বৰ মৰমৰ পোহনীয়া পাৰটো হেৰাই গৈছে। তাক বিচাৰি আমি এতিয়া বৰ দুখত আছোঁ।​৯ বছৰ ধৰি...
18/09/2026

যোৱা ৯ sep তাৰিখৰ পৰা আমাৰ ঘৰৰ পৰা মোৰ বৰ মৰমৰ পোহনীয়া পাৰটো হেৰাই গৈছে। তাক বিচাৰি আমি এতিয়া বৰ দুখত আছোঁ।
​৯ বছৰ ধৰি সি আমাৰ ঘৰত নিজৰ এটি সন্তানৰ দৰে ডাঙৰ-দীঘল হৈছিল। আমাৰ খোৱা-বোৱা, শোৱা—সকলো কাম একেলগে হৈছিল। মোৰ গা বেয়া হ’লেও সি সদায় মোৰ কাষতে ৰৈ থাকে । সি আমাৰ পৰিয়ালৰ এটা গুত্বপূৰ্ণ অংশ আছিল। তাক হেৰুৱাই আমাৰ মনবোৰ বৰ খালী হৈ পৰিছে। সি বাহিৰ নাযায় সি বাহিৰ যাব ভয় কৰে । এতিয়া বাহিৰ কেনেকৈ আছে ভাৱিলে ভয় লাগে
​যদি আপোনালোকৰ কাৰোবাৰ চকুত এই চৰাইটো পৰে বা আপুনি ক’ৰবাত ইয়াক পাইছে, অনুগ্ৰহ কৰি তলৰ নম্বৰত খবৰ দিয়ক। আপোনাকৰ এটা খবৰে আমাৰ মৰমৰ চৰাইটোক ঘূৰা সহায় কৰিব ।
​📞 যোগাযোগ নম্বৰ: 9365966061
📍 স্থান: Santoshi Mata Mandir Rd, Dibrugarh

Good nightToday meeting
18/09/2026

Good night
Today meeting


Good night
16/09/2026

Good night


সুপ্ৰভাতসূৰ্য দেৱতাৰ আশীৰ্বাদত জীৱন হওক পোহৰ আৰু সুখেৰে ভৰা। তেওঁৰ পবিত্ৰ কিৰণে দূৰ কৰক সকলো অন্ধকাৰ, দুখ আৰু বাধা। প্ৰত...
12/09/2026

সুপ্ৰভাত
সূৰ্য দেৱতাৰ আশীৰ্বাদত জীৱন হওক পোহৰ আৰু সুখেৰে ভৰা। তেওঁৰ পবিত্ৰ কিৰণে দূৰ কৰক সকলো অন্ধকাৰ, দুখ আৰু বাধা। প্ৰতিটো নতুন দিন কঢ়িয়াই আনক আশা, শক্তি, শান্তি আৰু সফলতা। 🙏




Good morning
09/09/2026

Good morning



Good evening
07/09/2026

Good evening





শুভৰাত্ৰি
06/09/2026

শুভৰাত্ৰি





সুপ্ৰভাত
03/09/2026

সুপ্ৰভাত




Address

Dibrugarh

Website

Alerts

Be the first to know and let us send you an email when Nilakshi Devi F posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category