08/11/2022
এই অধ্যয়ন চক্ৰটোৰ চাৰিগৰাকীকৈ সক্ৰিয় সদস্য তথা বিষয়ববীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আগন্তুক স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে৷আমি আশাবাদী আটাইকেইগৰাকীয়ে বিজয় সাব্যস্ত কৰি নাহৰৰ দেশত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াব৷
সাধাৰণ সম্পাদকৰ পদত- হেমাংগ ভূঞা
তৰ্ক আৰু আলোচনা সম্পাদকৰ পদত-কল্যাণ দত্ত
ছাত্ৰ জিৰণি কোঠাৰ সম্পাদকৰ পদত-মৃদুল ভূঞা
সাংস্কৃতিক সম্পাদকৰ পদত - গালৱ ডেকা
আটাইকেইগৰাকীৰে ভাল হওক৷
17/06/2022
যোৱা ১৫ জুনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি চাৰ্কুলত অধ্যয়ন চক্ৰৰ এখন কায্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়৷
18/10/2021
আকাশ বন্তিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ পোহৰ৷
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা৷
08/08/2021
Google Meet
https://meet.google.com/eor-zasp-sfc
আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ ছাত্র সমাজৰ অন্যতম অংশীদাৰ কলিতা ছাত্ৰ ছাত্ৰী সকলে একগোট হৈ 'কলিতা অধ্যয়ন চক্ৰ' নামেৰে এটি অনুষ্ঠান গঢ়ি তোলা হৈছে । বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ অংশীদাৰ হৈ আগুৱাই যাব খোজা আমাৰ এই অনুষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এটি 'উদ্বোধনী আৰু বিশেষ বক্তৃতানুষ্ঠান' ৰ আয়োজন কৰিছোঁ । অনুষ্ঠানটোত উপস্থিত থাকি আমাক উপকৃত কৰিব বুলি আমি আশাবাদী ।
সময় - আজি সন্ধিয়া ৭ বজাত
07/08/2021

03/07/2021
"মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ৷
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ-সোনোৱালী ভৱিষ্যতৰ সপোন।"
হীৰুদাৰ মৃত্যু বাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছো৷
04/06/2021
বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা💐