𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫

  • Home
  • India
  • Dibrugarh
  • 𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫

𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from 𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫, Education, টিংখং/Nilmoni 84, Dibrugarh.
(1)

🌍 Education 🌍 আমাৰ ফেচবুক পেজলৈ আপোনাক স্বাগতম আমাৰ মিছন হৈছে জনপ্রিয় চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অনলাইন অধ্যয়ন।

ADRE/ASSAM POLICE/ ASSAM TET/ APSC/SSC/RAILWAY/ BANKING

📌বৃদ্ধি হ'ব দেশত লোকসভাৰ আসনৰ সংখ্যা।
14/04/2026

📌বৃদ্ধি হ'ব দেশত লোকসভাৰ আসনৰ সংখ্যা।

🛑পুৰণি নাম - নতুন নাম।
22/02/2026

🛑পুৰণি নাম - নতুন নাম।

19/01/2026

১. কম্পিউটাৰৰ আৱিষ্কাৰক কোন?
উত্তৰ: চাৰ্লচ বেবেজ
২. 'CPU'ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Central Processing Unit
৩. পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী কম্পিউটাৰটো কি?
উত্তৰ : ছুপাৰ কম্পিউটাৰ
৪. অসমৰ ৰাজধানী ক’ত?
উত্তৰ : দিছপুৰ
৫. ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ: বাল্মীকি
৬. ইমেইলৰ (Email) আৱিষ্কাৰক কোন?
ৰে টমলিনচন
৭. ১ কিলোবাইট (1 KB) মানে কিমান বাইট?
উত্তৰ : ১০২৪ বাইট
৮. ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কি?
উত্তৰ: ভাৰত ৰত্ন
৯. 'WWW'ৰ সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ: World Wide Web
১০. অসমৰ জাতীয় সংগীত 'অ' মোৰ আপোনাৰ দেশ'ৰ লেখক কোন? উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা
১১. অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি?
উত্তৰ: কাৰ্বি আংলং।
১২. কম্পিউটাৰৰ মগজু বুলি কাক কোৱা হয়?
উত্তৰ: CPU।
১৩. অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ক’ত অৱস্থিত?
উত্তৰ: বৰঝাৰ (গুৱাহাটী)।
১৪. ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ: পদুম।
১৫. PDF ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Portable Document Format।
১৬. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?
উত্তৰ: এশিঙীয়া গঁড়।
১৭. কম্পিউটাৰত ডাটা সংৰক্ষণ কৰা আটাইতকৈ সৰু একক কি?
উত্তৰ: বিট (Bit)।
১৮. ২০২৪ চনৰ অলিম্পিক ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: পেৰিছ।
১৯. অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ: চৈয়দা আনোৱাৰা টাইমূৰ।
২০. এলিফেন্টা গুহা ক’ত অৱস্থিত?
উত্তৰ: মহাৰাষ্ট্ৰ।
২১. 'HTTP'ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Hypertext Transfer Protocol
২২. ভাৰতৰ সংবিধানৰ জনক কোন?
উত্তৰ: ড° বি.আৰ. আম্বেদকাৰ
২৩. কম্পিউটাৰত 'Copy' কৰিবলৈ কি চৰ্টকাট কী (Shortcut Key) ব্যৱহাৰ কৰা হয়?
উত্তৰ: Ctrl + C
২৪. অসমৰ কোন ঠাইক 'তেল নগৰী' বুলি জনা যায়?
উত্তৰ: ডিগবৈ
২৫. ওৱাইফাই (Wi-Fi) ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Wireless Fidelity
২৬. কাজিৰঙাক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : ১৯৮৫ চনত
২৭. মৌমাখি পালনক কি বুলি কোৱা হয়?
উত্তৰ: Apiculture
২৮. আধুনিক কম্পিউটাৰ বিজ্ঞানৰ পিতৃ কোন?
উত্তৰ: এলান টিউৰিং
২৯. ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি?
উত্তৰ: আৰ্যভট্ট
৩০. ফেচবুকৰ (Facebook) প্ৰতিষ্ঠাপক কোন?
উত্তৰ: মাৰ্ক জুকাৰবাৰ্গ
৩১. অসমৰ প্ৰথম মেডিকেল কলেজখন ক’ত অৱস্থিত?
উত্তৰ : ডিব্ৰুগড়
৩২. 'RAM'ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: Random Access Memory
৩৩. সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ?
উত্তৰ: ভিটামিন D

04/12/2025

হালধীয়া চৰাইয়ে বাওধান খায় " কোন চনত শ্রেষ্ঠ। বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা লাভ কৰে?
(A) 1985 (B) 1988
(C) 1990 (D) 1991

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ।
02/10/2025

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ।

আজি গান্ধী জয়ন্তী
02/10/2025

আজি গান্ধী জয়ন্তী

  for Zubeen da 🙏
01/10/2025

for Zubeen da 🙏

21/09/2025

😭💔

🪻সু প্ৰভাত 🌄 সকলোৰে দিনটো শুভ হওঁক।💕🥰
01/09/2025

🪻সু প্ৰভাত 🌄 সকলোৰে দিনটো শুভ হওঁক।💕🥰

Address

টিংখং/Nilmoni 84
Dibrugarh
786612

Telephone

+916026622447

Website

Alerts

Be the first to know and let us send you an email when 𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to 𝐓𝐡𝐞 𝐈𝐧𝐟𝐨𝐫𝐦𝐚𝐭𝐢𝐨𝐧 𝐂𝐞𝐧𝐭𝐞𝐫:

Shortcuts

Share

Category