304 Madarerchar LPS

304 Madarerchar LPS আপোনাৰ সন্তানক গুণগত শিক্ষা প্ৰদান কৰাটোৱেই হৈছে আমাৰ মূল লক্ষ্য।

আজি ঘোষণা কৰা গুণোৎসৱ-2025 ৰ ফলাফল অনুসৰি চৰ অঞ্চলত অৱস্থিত ৩০৪ মাদাৰেৰ চৰ এল, পি, স্কুলখনে আকৌ এবাৰ "A+" গ্ৰেড লাভ কৰিব...
27/03/2025

আজি ঘোষণা কৰা গুণোৎসৱ-2025 ৰ ফলাফল অনুসৰি চৰ অঞ্চলত অৱস্থিত ৩০৪ মাদাৰেৰ চৰ এল, পি, স্কুলখনে আকৌ এবাৰ "A+" গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে। এই ছেগতে বিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত থকা বিদ্যালয় পৰিচালনা সমিতি, মৰমৰ ছাত্ৰ-ছাত্ৰী সকল, অভিভাৱক-অভিভাৱিকা, শিক্ষক-শিক্ষয়িত্ৰীসকল, মাতৃ-গোট, গাওঁখনৰ সমাজসেৱক, CRCC মহোদয়ৰ লগতে সেই অঞ্চলৰ সকলো ৰাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

Successfully completed my duty of   as a Nodal teacher.
11/02/2025

Successfully completed my duty of as a Nodal teacher.

16/11/2024

পৃথিৱীৰ বৃহত্তম ইংৰাজী শব্দ: "Pneumonoultramicroscopicsilicovolcanoconiosis" (45 টি আখৰ)
এইটো হাওঁফাওঁৰ এটা ৰোগৰ নাম আৰু এইটোৱেই হৈছে পৃথিৱীৰ বৃহত্তম ইংৰাজী শব্দ।

সতৰ্কবাৰ্তা!লিফট খোলাৰ লগে লগে খৰধৰ কৰি প্ৰৱেশ নকৰিব। আগতে চাই লওক "মজিয়া"টো আছে নে নাই। আপুনি ভৰি দিয়াৰ লগে লগেই  একে...
16/11/2024

সতৰ্কবাৰ্তা!
লিফট খোলাৰ লগে লগে খৰধৰ কৰি প্ৰৱেশ নকৰিব। আগতে চাই লওক "মজিয়া"টো আছে নে নাই। আপুনি ভৰি দিয়াৰ লগে লগেই একেবাৰে তললৈ পৰি মৃত্যুমুখৰ যাত্ৰী হ'ব পাৰে। সেয়ে খৰধৰ নহয় বৰঞ্চ লাহে লাহে প্ৰৱেশ কৰক।

এনে দূৰ্ঘটনাত বহুত মানুহৰ ইতিমধ্যে মৃত্যু হৈছে।
(এই বাৰ্তাটি ফেচবুকৰ পৰা সংগৃহীত)

Children's Day is celebrated at 304 Madarerchar LPS.
14/11/2024

Children's Day is celebrated at 304 Madarerchar LPS.

To the World you may just be a teacher...But to your students you are a star🥰
11/11/2024

To the World you may just be a teacher...
But to your students you are a star🥰

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!
08/11/2024

🎉 Just completed level 3 and I'm so excited to continue growing as a creator on Facebook!

04/11/2024

🔰ডাঃ ফাৰহানা কবিৰে আগবঢ়োৱা সুখী জীৱনৰ বাবে ২৫ টি টিপছ :-

🛑১. প্রতিদিন অন্তত ৩০ মিনিট খোজ কাঢ়িবলৈ চেষ্টা কৰক৷
🛑২. নির্জন কোনো স্থানত অকলে অন্তত ১০
মিনিট সময় অতিবাহিত কৰক ও নিজক লৈ ভাবক৷
🛑৩. ঘুমৰ পৰা উঠি প্ৰকৃতিৰ নির্মল পৰিবেশত
থকাৰ চেষ্টা কৰক। গোটেই দিনৰ কৰণীয় বোৰৰ সম্পর্কে মনস্থিৰ কৰক।
🛑৪. নির্ভৰযোগ্য প্রাকৃতিক উপাদানেৰে ঘৰত
বনোৱা খাদ্য বেচি খাব আৰু প্রক্রিয়াজাত
খাদ্য কম খাব।
🛑৫. সেউজীয়া চা আৰু পর্যাপ্ত পানী পান কৰক।
🛑৬. প্রতিদিন অন্তত ৩ জনৰ মুখত হাঁহি ফুটি উঠোৱাৰ চেষ্টা কৰক।
🛑৭. গালি-গালাজ, অতীতৰ স্মৃতি, বাজে চিন্তা
কৰি আপোনাৰ মূল্যবান সময় ও শক্তি অপচয়
নকৰিব। ভাল কামত সময় ও শক্তি ব্যয় কৰক।
🛑৮. ৰাতিপুৱাৰ নাস্তা ৰজাৰ দৰে, দুপৰীয়াৰ খাদ্য প্রজাৰ দৰে আৰু ৰাতিৰ খাদ্য খাব ভিক্ষুকৰ দৰে খোৱাৰ প্ৰয়াস কৰিব।
🛑৯. জীৱন সকলো সময়ত সমানে নাযায়, তথাপি ভাল কিছুৰ অপেক্ষা কৰিবলৈ শিকক।
🛑১০. অন্যক ঘৃনা কৰি সময় নষ্ট নকৰিব, জীৱন খুব খন্তেকৰ, সকলোকে ক্ষমা কৰি দিয়ক সব কিছুৰ বাবে।
🛑১১. কঠিনভাৱে কোনো বিষয়ত নাভাবিব। সকলো
বিষয়ৰ সহজ সমাধান চিন্তা কৰক।
🛑১২. সব তর্কতেই জিকিব লাগিব বুলি নাভাবিব, তথাপি মতামত হিচাবে মানি ল'ব পাৰে বা মানি নলবও পাৰে।
🛑১৩. আপোনাৰ অতীতক শান্তভাবে চিন্তা কৰক,
ভুলবোৰ শোধৰাই লওক। অতীতৰ বাবে বর্তমানক
নষ্ট নকৰিব।
🛑১৪. অইনৰ জীৱনৰ লগত নিজৰ জীৱনৰ
তুলনা নকৰিব।
🛑১৫. কোনোবাই আপোনাৰ সুখৰ দায়িত্ব লৈ বহি থকা নাই। আপোনাৰ কামেই আপোনাক সুখ আনি দিব
🛑১৬. প্রতি ৫ বছৰ ম্যাদী পৰিকল্পনা কৰক আৰু
সেই সময়ৰ মাজতেই বাস্তপায়ন কৰক।
🛑১৭. গৰীবক সাহায্য কৰক। দাতা হওক,
গ্রহীতা নহয়।
🛑১৮. অন্য লোকে আপোনাক কি ভাবিছে সেয়া লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই আৰু আপুনি আপোনাক কি ভাবিছে সেয়া মুল্যায়ন কৰক ও
সঠিক কামটি কৰক।
🛑১৯. কষ্ট পুহি নাৰাখিব কাৰণ সময়ৰ
স্রোতত সকলো কষ্ট ভাঁহি যায়। সেয়েহে কষ্টৰ
ব্যাপাৰত খোলামেলা আলাপ আলোচনা কৰক ও ঘনিষ্টৰ লগত শেয়াৰ কৰক।
🛑২০. মনত ৰাখিব সময় যিমানেই ভাল বা বেয়া হওক সেয়া বদলি হ'বই।
🛑২১. অসুস্থ হলে আপোনাৰ ব্যৱসায় বা চাকৰী অন্য কোনোবাই দেখাশুনা নকৰে। এয়া কেৱল নিজৰ ঘনিষ্ঠ বন্ধু তথা নিকটাত্মীয়বোৰে কৰিব, সেয়ে তেওঁলোকৰ লগত সম্পর্ক বজাই ৰাখক।
🛑২২. ফেচবুক বহুত সময় নষ্ট কৰে।
পোষ্টটি পঢ়োঁতে পঢ়োঁতে বহু সময় নষ্ট কৰিছে।
ফেচবুকত আপোনাৰ সময় নির্দিষ্ট কৰক। কিমান ক্ষণ সময় থাকিব ইয়াত।
🛑২৩. ৰাতি টোপনি যোৱাৰ আগত আপোনাৰ জীৱনটোৰ বাবে পিতা-মাতাক মনে মনে ধন্যবাদ দিয়ক।
🛑২৪. মনত ৰাখক জীৱনৰ কোন কোন ভুলৰ বাবে
আপুনি ক্ষমা পাইছে। সেইবোৰ ভুল আৰু যাতে
নহয় তাৰ বাবে সতর্ক থাকক।
🛑২৫. আপোনাৰ বন্ধু সকলক তথ্যবোৰ জনাওক, যাতে তেওঁলোকেও ভাল দিশবোৰ সম্পর্কে জানে আৰু আপোনাক আপোনাৰ মতে চলিবলৈ দিয়ে।
(ফেচবুকৰ পৰা সংগৃহীত লেখাটি অসমীয়ালৈ অনুবাদ কৰিলোঁ, ভাল লাগিলে শেয়াৰ কৰিব)

04/11/2024

আজিৰ দিনটো সুন্দৰ হােৱাৰ কামনাৰে সকলোকে ৰাতিপুৱাৰ শুভেচ্ছা জনালোঁ।

01/11/2024
31/10/2024

I want to give a huge shout-out to my top Stars senders. Thank you for all the support!

Sobial Hoqur, Ali Hussain Sk

30/10/2024

মহৎ লোকৰ বাণী
#অসমীয়া_পৰ্ব_১৮

Address

Dhubri
783128

Alerts

Be the first to know and let us send you an email when 304 Madarerchar LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category