শংকৰদেৱ শিশু নিকেতন হালাকুৰা

  • Home
  • India
  • Dhubri
  • শংকৰদেৱ শিশু নিকেতন হালাকুৰা

শংকৰদেৱ শিশু নিকেতন হালাকুৰা জ্ঞানাৰ্থে প্ৰৱেশ, সেৱাৰ্থে প্ৰস্থান sankardev shishu niketan , Halakura

For a better tomorrow, Plant more trees and make this planet a better place to live in.
05/06/2026

For a better tomorrow, Plant more trees and make this planet a better place to live in.

31/05/2026

আজি নিকেতনত গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ মহোদয়ক "সম্বৰ্ধনা" জনোৱা আৰু নিকেতনৰ নৱ নিৰ্মিত গৃহৰ "দ্বাৰ উন্মোচন" অনুষ্ঠান অনুষ্ঠিত হ'য়।

30/05/2026

গোলোকগঞ্জ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ নিকেতনলৈ সুস্বাৰ্গতম 💐♥️

আজি নিকেতনত গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ  মহোদয়ক "সম্বৰ্ধনা" জনোৱা...
30/05/2026

আজি নিকেতনত গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীযুত অশ্বিনী ৰায় সৰকাৰ মহোদয়ক "সম্বৰ্ধনা" জনোৱা আৰু নিকেতনৰ নৱ নিৰ্মিত গৃহৰ "দ্বাৰ উন্মোচন" অনুষ্ঠান অনুষ্ঠিত হ'য়।

নিকেতনৰ পৰা প্ৰান্তীয় খেল (ৰাজ্যিক পৰ্য্যায়ৰ) মনিশ চন্ৰ ৰায় ৪০০ মিটাৰ দৌৰ আৰু অকন ৰায় ৬০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ গ্...
29/05/2026

নিকেতনৰ পৰা প্ৰান্তীয় খেল (ৰাজ্যিক পৰ্য্যায়ৰ) মনিশ চন্ৰ ৰায় ৪০০ মিটাৰ দৌৰ আৰু অকন ৰায় ৬০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ বাবে অভিন্দন ♥️♥️💐

23/05/2026

শংকৰদেৱ শিশু নিকেতন, হালাকুৰা :বন্দনা কালাংশৰ এটা অংশ #প্ৰাৰ্থনা

 #সাফল্য বঙাইগাঁও বিভাগ (৫ খন জিলা) খেলত আমাৰ নিকেতনৰ পৰা ৭ জন অংশ গ্ৰহণ কৰি ৬ জনে বিভিন্ন খেলত পুৰস্কাৰ লাভ কৰে।
21/05/2026

#সাফল্য বঙাইগাঁও বিভাগ (৫ খন জিলা) খেলত আমাৰ নিকেতনৰ পৰা ৭ জন অংশ গ্ৰহণ কৰি ৬ জনে বিভিন্ন খেলত পুৰস্কাৰ লাভ কৰে।

16/05/2026

শংকৰদেৱ শিশু নিকেতন, হালাকুৰা, শাৰীৰিক কালাংশ ৭মআৰু ৮ম শ্ৰেণীৰ

Address

Dhubri

Alerts

Be the first to know and let us send you an email when শংকৰদেৱ শিশু নিকেতন হালাকুৰা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to শংকৰদেৱ শিশু নিকেতন হালাকুৰা:

Shortcuts

Share

Category