ABVP Dhubri Town Unit

ABVP Dhubri Town Unit Akhil Bharatiya Vidyarthi Parishad :: Dhubri Town Unit

01/03/2022
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ দ্বাৰা পাচ মোৰৰ সন্মুখত তামিলনাডুৰ মিছনেৰী স্কুলত অধ্যয়ন কৰা লাবন্যাক মিছন...
18/02/2022

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ দ্বাৰা পাচ মোৰৰ সন্মুখত তামিলনাডুৰ মিছনেৰী স্কুলত অধ্যয়ন কৰা লাবন্যাক মিছনেৰীৰ দ্বাৰা বলপূৰ্বক ভাবে ধৰ্মান্তৰিত কৰি খ্ৰীষ্টান বনাবলৈ বিচৰাত ধৰ্ম ৰক্ষাৰ স্বাৰ্থত আত্মহত্যা কৰা লাবন্যাক ন্যায় প্ৰদানৰ বাবে এক প্ৰতিবাদী কাৰ্যসূচী স্বাক্ষৰ অভিযান হাতত লোৱা হয় লগতে তামিলনাডুৰ চৰকাৰে অগণতান্ত্ৰিক ভাবে আৱদ্ধ কৰি ৰখা বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা নিধি ত্ৰিপাঠী ডাঙৰীয়ানিৰ লগতে 33 জন কাৰ্য্যকৰ্তাক অতি সোনকালে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰা হয় ।


আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী শাখাৰ উদ্যোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত তামিলনাডুত সংগঠিত হোৱা খ্ৰীষ্টান মি...
18/02/2022

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী শাখাৰ উদ্যোগত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত তামিলনাডুত সংগঠিত হোৱা খ্ৰীষ্টান মিছনেৰীত ধৰ্মান্তৰিত কৰণৰ হেঁচাৰ ফলত আত্মহত্যা কৰিবলৈ বাধ্য হোৱা ছাত্ৰী লাৱণ্যাক ন্যায় প্ৰদানৰ দাবীত স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয়।





Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Assam

২০১৯ চনৰ আজিৰ দিনটোতে জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা 40 গৰাকী ভাৰতীয় জোৱানলৈ অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি l
14/02/2022

২০১৯ চনৰ আজিৰ দিনটোতে জম্মু কাশ্মীৰৰ পুলৱামাত শ্বহীদ হোৱা 40 গৰাকী ভাৰতীয় জোৱানলৈ অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি l


"পৰিসমাপ্তি এক সফল জীৱন পৰিক্ৰমাৰ"আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয় গোটৰ তৰফৰ পৰা কোকিলকন্ঠ...
07/02/2022

"পৰিসমাপ্তি এক সফল জীৱন পৰিক্ৰমাৰ"
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ধুবুৰী ভোলানাথ মহাবিদ্যালয় গোটৰ তৰফৰ পৰা কোকিলকন্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰ ডাঙৰীয়ানীলৈ অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।


Akhil Bharatiya Vidyarthi Parishad (ABVP)
ABVP Assam

06/02/2022

ভাৰতীয় সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ আজি খহি পৰিল। কোকিলকন্ঠী গায়িকা, ভাৰত ৰত্ন লতা মংগেশকাৰ আৰু আমাৰ মাজত নাই । তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
ঔঁ শান্তি

সমূহ বিদ্যাৰ্থীলৈ বসন্ত পঞ্চমী তথা বাগদেৱী শ্ৰী শ্ৰী সৰস্বতী পুজাৰ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
04/02/2022

সমূহ বিদ্যাৰ্থীলৈ বসন্ত পঞ্চমী তথা বাগদেৱী শ্ৰী শ্ৰী সৰস্বতী পুজাৰ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।


India, the world's biggest democracy celebrates 73rd Republic Day with pride and gratitude towards the great leaders for...
26/01/2022

India, the world's biggest democracy celebrates 73rd Republic Day with pride and gratitude towards the great leaders for whom the Citizens of India got sovereign, democratic country with a longest written Constitution in the World.Now it's our duty to enhance democratic values for the survival of World's largest democracy.
On 73rd Republic Day here’s wishing and hoping that we all read and understand our constitution as much as we celebrate it. Will help us be more patriotic than what we actually are.

Jai Hind 🇮🇳

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ধুবুৰী নগৰ শাখাৰ উদ্যোগত  গণতন্ত্ৰ দিৱসৰ প্রাক মূহুৰ্তত ধুবুৰী চহৰৰ "তেঁতুলতলা মোৰ" ত...
25/01/2022

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, ধুবুৰী নগৰ শাখাৰ উদ্যোগত গণতন্ত্ৰ দিৱসৰ প্রাক মূহুৰ্তত ধুবুৰী চহৰৰ "তেঁতুলতলা মোৰ" ত ধুবুৰী নগৰ শাখাৰ সকলো কাৰ্য্যকর্তা, সমাজৰ বিশিষ্ট ব্যক্তি তথা বিদ্যাৰ্থী পৰিষদৰ শুভাকাঙ্ক্ষী সকলৰ উপস্থিতিত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জ্ঞাত-অজ্ঞাত সকলো স্বাধীনতা সংগ্ৰামী সকলক স্মৰণ কৰি, তেখেত সকলৰ প্ৰতি শ্ৰদ্ধা - সন্মান জ্ঞাপন কৰি আলপনা সজ্জ্যাৰে অংকিত ভাৰতৰ মানচিত্ৰ ৰ চৌপাশে বন্তি প্ৰজ্বলন কৰা হয় আৰু ধুবুৰী জিলাৰ বিশিষ্ট সমাজ সেৱক আৰু স্বাধীনতা সংগ্ৰামী(Unsung Hero of Indian Freedom movement) মাননীয় পৰেশ দাস ডাঙৰীয়া দেৱক সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা হয় ।

A girl child is a pride and the future of the nation. Save them, Educate them, Let them fly. Empowering girls for a brig...
24/01/2022

A girl child is a pride and the future of the nation. Save them, Educate them, Let them fly. Empowering girls for a brighter future.


আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ কাৰ্য্যকৰ্তা সকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্...
23/01/2022

আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী নগৰ শাখাৰ কাৰ্য্যকৰ্তা সকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষ্যে তেখেতৰ পূৰ্ণ মূৰ্তিৰ সন্মুখত একগোট হৈ নেতাজী ৰ মূৰ্তিত মাল্য অৰ্পণ কৰে আৰু সকলো কাৰ্য্যকৰ্তাই তেখেতৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি "পৰাক্ৰম দিৱস"ৰ এই বিশেষ ক্ষণত নেতাজী ৰ পৰাক্ৰম আৰু দেশ প্ৰেমক শ্ৰদ্ধাৰে সু্ঁৱৰে🙏🌼

Address

Dhubri

Alerts

Be the first to know and let us send you an email when ABVP Dhubri Town Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to ABVP Dhubri Town Unit:

Shortcuts

Share

Category