21/02/2026
Comparative Exam Tutorials
...
21/02/2026
21/02/2026
✅ _संविधान के स्रोत_
*भारतीय संविधान में अन्य देशों से लिए गये प्रावधान निम्नलिखित है*
✓ *ब्रिटेन*
एकल नागरिकता
संसदीय प्रणाली
संसदीय विशेषाधिकार
विधि का शासन
विधि निर्माण प्रक्रिया
विधि के समक्ष समता
राष्ट्रपति की संवैधानिक स्थिति
लोकसेवको का कार्यकाल
✓ *अमेरिका* /USA
मौलिक अधिकार
सर्वोच्च न्यायालय
स्वतन्त्र न्यापालिका
न्यायिक पुनराविलोकन
संविधान का सर्वोच्चता
विधियों का समान संरक्षण
राष्ट्रपति पर महाभियोग
उपराष्ट्रपति का पद
वित्तीय आपात
प्रस्तावना
✓ *कनाडा*
संघात्मक व्यवस्था
अवशिष्ट शक्तिया
राज्यपाल का पद
GST का स्वरूप
✓ *आयरलैण्ड, आयरिस*
निति निर्देशक तत्व
राष्ट्रपति के निर्वाचन का रीति
राज्यसभा में 12 सदस्यो का मनोनयन
✓ *आस्ट्रेलिया*
समवर्ती सूची
प्रस्तावना की भाषा
केन्द्र राज्य समबद्ध
✓ *रुस /USSR*
मौलिक कर्तव्य
समाजवाद
सामाजिक, आर्थिक, राजनैतिक न्याय
पंचवर्षीय योजनाएँ
✓ *फ्रांस*
गणतंत्र
GST का प्रावधान
तदर्श न्यायाधीश
✓ *दक्षिण अफ्रिका*
संविधान संसोधन की प्रक्रिया
✓ *जर्मनी*
आपात उपबन्ध
✓ *जापान*
विधि द्वारा स्थापित प्रक्रिया
✅ *Note*
1 [ *GST का प्रावधान* , फ्रांस से लिया गया है जबकि *GST का स्वरूप* ,कनाडा से लिया गया है ]
2 [ *प्रस्तावना* , अमेरिका से लिया गया है जबकि *प्रस्तावना की भाषा* आस्ट्रेलिया से लिया गया ह
Most Important For All Compative exam
১. শৰাইঘাট যুদ্ধ ১৬৭১ চন
২. ইটাখুলি ৰণ- ১৬৮২ চন
৩. গুারাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চন
৪. অসমত চাহ আবিষ্কাৰ ১৮২৩ চন
৫. অসহযোগ আন্দোলন ১৯২০ চল
৬. অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি ১৯৬১ চন
৭. অসমত ৰে'লাসরা প্রৱর্তন ১৮৮২ চন
৮. টাইটানিক জাহাজ ডুব গৈছিল ১৯১২ চন
১. গুৱাহাটীত চাহ উদ্যোগ প্রতিষ্ঠা- ১৯৭০ চল
১০. BTC ( Bodoland Territorial Council) গঠন ২০০৩ চন
১১. বড়ো সাহিত্য সভা গঠন ১৯৫২ চন
১২. অসমৰ ৰাজধানী দিছপুৰত স্থাপন ১৯৭৩ চন
১৩. গুৱাহাটী উচ্চ ন্যায়ালয় প্রতিষ্ঠা- ১৯৪৮ চন
১৪. অসমত কাগজ কল স্থাপন ১৯৭১ চন
১৫. অসম আন্দোলন ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে
১৬. অসমৰ সকলোতকৈ সৰু জিলা দক্ষিণ শালমৰা আৰু মানকাচৰ
১৭. বর্তমান অসমৰ মাটিকালি ৭৮,৪৩৮ বর্গ কিলোমিটাৰ
১৮. অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদের
১৯. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮-১৯৫৭)
২০. অসমৰ প্ৰথম শিশু আলোচনী ল'ৰা বন্ধু
২১. ভাৰতৰ আটাইতকৈ পুৰণি শোধানাগাৰ ডিগবৈ শোধানাগাৰ
২২. অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা নগাঁও জিলা
২৩. অসমৰ পৰিবহণ বিভাগ স্থাপন হৈছিল ১৯৪৮ চনত
২৪. ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবি এৰা বাটৰ সুৰ
২৫. বাষ্ট্রীয় সম্মান লাভ কৰা প্রথম চলচ্চিত্র পিয়লি ফুকন
২৬. ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম বঙালী কথাছবিখন মাহুত বন্ধুৰে
২৭ বর্তমান অসমৰ মুঠ মহকুমাৰ সংখ্যা ৭৮ টা।
২৮. মহাকাশলৈ প্রথম প্রাণী কঢ়িয়াই নিয়া মহাকাশযান খনৰ নাম স্পটনিক-২
২৯. অসমীয়া সাহিত্যত 'ভাঙনি কোঁৱৰ' নামে জনাজাত আনন্দ চন্দ্র আগৰৱালা
৩০. মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত
৩১. অসমীয়া ভাষাক অসমত নতুনকৈ প্রতিষ্ঠিত কৰিছিল চাৰ জর্জ কেম্পবেল
৩২. প্রথম অসমীয়া কবিতা পুথি প্রহ্লাদ চৰিত
৩৩. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্রথম অধিবেশন ১৮৮৮ চনৰ ২৫ আগষ্ট
৩৪. মটৰ চাইকেলৰ উদ্ভাৱক জি. ডেইমলাৰ ৩৫.পেট্রল চালিত গাড়ীৰ উদ্ভাৱক কার্ল বেজ
৩৬. অসমৰ প্ৰথমগৰাকী চৰকাৰী চাকৰিয়াল- আনন্দৰাম বৰুৱা
৩৭. পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল- দৰং জিলাত
৩৮. শংকৰদেৱৰ জন্ম ১৪৪৯ খ্রীষ্টাব্দত
৩৯. শুরুধ্বজ কি নামে জনপ্রিয় চিলাৰায়
৪০. শৰাইঘাট দলং নির্মাণ হৈছিল ১৯৬২ চনত
৪১. অসমত প্রতিষ্ঠিত প্রথমটো স্টুডিঅ' চিত্রবন
৪২. প্রথম অসমীয়া শিশু চলচ্চিত্রখন- অবুজ বেদনা
৪৩. দূৰদৰ্শনত্ত সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া ছবি বৃষ্টি
৪৪. জ্যোতি চিত্রবন প্রতিষ্ঠা হৈছিল ১৯৬৮ চনত
৪৫. ব্ৰহ্মপূত্ৰ উপত্যকাৰ মুঠ দৈর্ঘ্য ৭২০ কি:মি:
৪৬. প্রথম অসমীয়া ছপা পুথিখন ধর্ম পুস্তক (১৮১৩)
৪৭. অসমৰ প্ৰথম মহিলা আই.এ, এছ (IAS) পাৰুল দাস
৪৮. শ্রীকৃষ্ণৰ শিক্ষাগুৰু সান্দিপনী
৪৯. প্রথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধি
৫০. সূর্যৰ তাপমাত্রা প্রায় ৬০০০ ডিগ্রী ছেলছিয়াচ
৫১. পৃথিৱীৰ বয়স প্রায় ৪৬০ কোটি বছৰ (আনুমানিক)
৫২. সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ- বৃহস্পতি
৫৩. অসমীয়া সাহিত্যৰ সৰ্বশ্রেষ্ঠ বঁটা- অসম উপত্যকা সাহিত্য বঁটা
৫৪. প্রথম অসমীয়া ৰাষ্ট্রপতি ফখরুদ্দিন আলি আহমেদ
৫৫. অসমৰ চিমেন্ট কাবথানা থকা ঠাই- বোকাজান
৫৬. অসম এছ'চিয়েচন গঠন হৈছিল ১৯০৩ চনত
৫৭. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ ৭২.১৯
৫৮. অসমৰ জলপথত প্রথম জাহাজ সেবা আৰম্ভ হৈছিল ১৮৪৭ চনত
৫৯. অসমৰ লৌহ মানর বুলি কোৱা হয় বিষ্ণুৰাম মেধি
৬০. আঙুৰত কি এচিড থাকে চাইট্রিক এচিড
৬১. ভাৰতীয় সংবিধানত অনুসূচী আছে ১২ টা
৬২. পদ্মশ্রী লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা অমলপ্রভা দাম
৬৩. এক কিলোমিটাৰত ০.৬২১ মাইল
৬৪. ভাৰতৰ সংবিধানখন প্রথম সংশোধনী কৰা হৈছিল ১৯৫১ চনত
৬৫, wwwৰ সৃষ্টি কৰা হৈছিল ১৯৮১ চনত
৬৬. ১৪৯৮ ভাস্কো-ডা-গামাৰ ভাৰতলৈ সাগৰ পথ প্রচলন
৬৭. ১৮৭৩ বাংলা ভাষাৰ ঠাইত অসমীয়া ভাষা পুনৰ প্ৰচলন।
৬৮. ১৯৬৯ = অসম কৃষি বিশ্ববিদ্যালয় গঠন
৬৯. ১৯০৫ - অসম এছচিয়েচনৰ প্রথম অধিবেশন
৭০. ১৯৬৮ শিলচৰ মেডিকেল কলেজ স্থাপন
৭১. ১৮৮৪ যোৰহাট সার্বজনিক সভা গঠন
৭২. ১৯৪৮ = গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা
৭৩. ১৯০১ কটন বিশ্ববিদ্যালয় প্রতিষ্ঠা
৭৭. ১৯৩৫ -(RBI) প্রতিষ্ঠা
৭৮ .৩৫০ পৃষ্য বর্মন কামৰূপৰ প্রথম ৰজা
৭৯. ৫৯৪ ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা
৮০. ১৯৪৭ গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্রী
৮১. ৬২১ হিউ-য়েন-চাঙৰ অসম আগমন
৮২. ১২০৬ মুছলমানৰ প্ৰথম অসম আক্রমণ
৮৩. ১২৫৩ = চৰাইদেউত প্রথম আহোমৰ ৰাজধানী
৮৪. ১৪৪০ শেন বংশৰ প্রতিষ্ঠা
৮৫. ১৪৪৯ = মহাপুৰুষ শংকৰদেৱৰ জন্ম
৮৬. ১৫১৫ কোচ ৰাজ্য প্রতিষ্ঠা .
*सभी परीक्षा में पूछे जाने वाले महत्वपूर्ण प्रश्न (Important Questions for All Exam) —*
*1. प्लासी का युद्ध कब हुआ था?*
*When did the Battle of Plassey take place?*
उत्तर / Answer: सन् 1757 ई. / 1757 AD
*2. पृथ्वी पर सबसे बड़ा वृत्त कौन सा है?*
*What is the largest circle on Earth?*
उत्तर / Answer: भूमध्य रेखा / Equator
*3. अरुणाचल प्रदेश की राजधानी क्या है?*
*What is the capital of Arunachal Pradesh?*
उत्तर / Answer: इटानगर / Itanagar
*4. भारत में टीवी पर पहली बार समाचार किसने पढ़े थे?*
*Who was the first newsreader on Indian television?*
उत्तर / Answer: प्रतिमा पुरी / Pratima Puri
*5. भारत की सबसे बड़ी मस्जिद कौन सी है?*
*Which is the largest mosque in India?*
उत्तर / Answer: जामा मस्जिद (दिल्ली) / Jama Masjid (Delhi)
*6. चंद्र ग्रहण क्यों होता है?*
*Why does a lunar eclipse occur?*
उत्तर / Answer: जब पृथ्वी, सूर्य और चंद्रमा के बीच आ जाती है / When the Earth comes between the Sun and the Moon
*7. भारतीय राष्ट्रीय कांग्रेस के संस्थापक कौन थे?*
*Who was the founder of the Indian National Congress?*
उत्तर / Answer: ए. ओ. ह्यूम / A.O. Hume
*8. इलेक्ट्रॉन की तरंग प्रकृति का पता सबसे पहले किसने लगाया?*
*Who first discovered the wave nature of the electron?*
उत्तर / Answer: डी ब्रोग्ली / De Broglie
*9. भारत का शेक्सपियर किसे कहा जाता है?*
*Who is known as the Shakespeare of India?*
उत्तर / Answer: कालिदास / Kalidasa
*10. किस धातु को भविष्य की धातु कहा जाता है?*
*Which metal is called the metal of the future?*
उत्तर / Answer: टाइटेनियम / Titanium
*1. When is National Mathematics Day celebrated in India?*
भारत में राष्ट्रीय गणित दिवस कब मनाया जाता है?
*Answer:— 22 December*
*2. Where is PM Narendra Modi visiting on 22 December 2024?*
22 दिसंबर 2024 को प्रधानमंत्री नरेंद्र मोदी कहां का दौरा करेंगे?
*Answer:— Kuwait*
*3. What was Delhi's AQI level recorded on 22 December 2024 morning?*
22 दिसंबर 2024 की सुबह दिल्ली का AQI स्तर कितना था?
*Answer:— 400 (Severe)*
*4. When will the India-West Indies women's cricket series begin?*
भारत-वेस्टइंडीज महिला क्रिकेट श्रृंखला कब शुरू होगी?
*Answer:— 22 December 2024*
*5. Who is the Chairperson of the UN Internal Justice Council?*
संयुक्त राष्ट्र आंतरिक न्याय परिषद के अध्यक्ष कौन हैं?
*Answer:— Justice Madan Lokur*
*6. Who was sentenced to 4 years 9 months imprisonment for tax evasion in Spain?*
स्पेन में कर चोरी के लिए 4 साल 9 महीने की सजा किसे सुनाई गई?
*Answer:— Rodrigo Rato*
*7. How many portfolios does Maharashtra CM Devendra Fadnavis currently hold?*
महाराष्ट्र के मुख्यमंत्री देवेंद्र फडणवीस के पास वर्तमान में कितने विभाग हैं?
*Answer:— Five (Home, Energy, Justice, Public Administration, Information & Publicity)*
*8. Which political party won the Patiala Municipal Corporation elections?*
पटियाला नगर निगम चुनाव किस राजनीतिक दल ने जीता?
*Answer:— Aam Aadmi Party (AAP)*
*9. Who became the youngest Indian to debut in List-A cricket?*
लिस्ट-A क्रिकेट में डेब्यू करने वाले सबसे युवा भारतीय कौन बने?
*Answer:— Vaibhav Suryavanshi*
*10. What was released at the Forest Research Institute, Dehradun, on 21 December 2024?*
21 दिसंबर 2024 को देहरादून के वन अनुसंधान संस्थान में क्या जारी किया गया?
*Answer:— India State of Forest Report 2023*
*11. Which exhibition did Delhi CM Atishi inaugurate on 21 December 2024?*
दिल्ली की मुख्यमंत्री आतिशी ने 21 दिसंबर 2024 को कौन सी प्रदर्शनी का उद्घाटन किया?
*Answer:— Wave Exhibition*
*12. What new attraction is available at Bhopal's Van Vihar National Park?*
भोपाल के वन विहार राष्ट्रीय उद्यान में कौन सा नया आकर्षण उपलब्ध है?
*Answer:— Asiatic Lions*
🌷ভাৰতীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ৯২ বছৰ বয়সত দেহাৱসান ।
🌷 ড° মনমোহন সিং, ভাৰতৰ ১৪ সংখ্যক প্ৰধানমন্ত্ৰী আছিল ।
🌷জন্মঃ ২৬ ছেপ্তেম্বৰ, ১৯৩২
🌷১৯৮২ চনৰ ১৬ ছেপ্তেম্বৰত ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ নিযুক্তি
🌷১৯৯১ চনৰ ১ অক্টোবৰৰ পৰা ২০১৯ চনৰ ১৪ জুনলৈনে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত
🌷১৯৯১ চনৰ ২১ জুনৰ পৰা ১৯৯৬ চনৰ ১৬ মে' লৈকে পি ভি নৰসিংহ ৰাও মন্ত্রীসভাত কেন্দ্ৰীয় বিত্তমন্ত্রী হিচাপে দায়িত্ব গ্রহণ
🌷১৯৯৮ চনৰ ২১ মাৰ্চৰ পৰা ২০০৪ চনৰ ২১ মে'লৈকে ৰাজ্যসভাত বিৰোধী দলপতিৰ দায়িত্ব লাভ
🌷২০০৪ চনৰ ২২ মে'ৰ পৰা ২০১৪ চনৰ ২৬ মে' লৈকে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কার্যনির্বাহ
🌷২০২৪ চনৰ ২৬ ডিচেম্বৰত দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ।
🌷তেখেত অপৰিসীম জ্ঞান, নম্ৰতা, আৰু সততাৰ ব্যক্তি, ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু বিশ্বব্যাপী স্থিতিত তেওঁৰ অৱদান চিৰদিন স্মৰণীয় হৈ ৰ'ৱ।
Here are some people who are popularly known by certain names:
Milkha Singh
Known as the "Flying Sikh of India", he was an Indian track and field sprinter who won a gold medal in the 400 meters at the Asian Games and Commonwealth Games.
Dadabhai Naoroji
Known as the "Grand Old Man of India", he was an early Indian political and social leader, educator, cotton trader, and Parsi intellectual.
Shakuntala Devi
Known as the "Human-computer", she was an Indian mathematician who could solve complex mathematical problems at a young age.
Nelson Mandela
Known as the "African Gandhi", he led a nonviolent campaign against the South African government's racist policies for 20 years.
Vikram Ambalal Sarabhai
Known as the "Father of the Indian Space Program", he was an Indian physicist and astronomer who helped develop nuclear power and initiate space research in India.
Homi Jehangir Bhabha
Known as the "father of the Indian nuclear program", he was an Indian physicist.
Chandra Shekhar
Known as Azad.
⭕ ভাৰত চৰকাৰৰ নতুন কেন্দ্ৰীয় মন্ত্ৰীসকল :-
🔰 প্ৰধানমন্ত্ৰী - নৰেন্দ্ৰ মোদী।
🔰 গৃহমন্ত্ৰী - অমিত শ্বাহ।
🔰 বিত্ত মন্ত্ৰী - নিৰ্মলা সীতাৰমন।
🔰 প্ৰতিৰক্ষা মন্ত্ৰী - ৰাজনাথ সিং।
🔰 বৈদেশিক মন্ত্ৰী - এছ. জয়শংকৰ।
🔰 পথ পৰিবহণ মন্ত্ৰী - নীতিন গাদকাৰী।
🔰 স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী - জে পি নড্ডা।
🔰 কৃষি মন্ত্ৰী - শিৱৰাজ সিং চৌহান।
🔰 শিক্ষা মন্ত্ৰী - ধৰ্মেন্দ্ৰ প্ৰধান।
🔰 বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী - সৰ্বানন্দ সোণোৱাল।
🔰 ৰেল মন্ত্ৰী - অশ্বিনী বৈষ্ণৱ।
🔰 সাংস্কৃতিক তথা পৰ্যটন মন্ত্ৰী - গজেন্দ্ৰ সিং শেখাৱট।
🔰 পৰিৱেশ, বন তথা জলবায়ু মন্ত্ৰী - ভূপেন্দ্ৰ যাদৱ।
🔰 মহিলা আৰু শিশু বিকাশ মন্ত্ৰী - অন্নপূৰ্ণা দেৱী।
🔰 পেট্ৰোলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী - হৰদীপ সিং পুৰী।
🔰 ক্ৰীড়া মন্ত্ৰী - মনসুখ মন্দাভিয়া।
🔰 পঞ্চায়তীৰাজ মন্ত্ৰী - লল্লন সিং।
13/04/2024
🌿সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহাগে লৈ আনক সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা।🌿
Click here to claim your Sponsored Listing.