Romesh

Call

Romesh জীৱন জিন্দাবাদ 🙏🌹

The first ten followers who break this unique numbers of followers will be given a special gift. So those who haven't fo...
23/09/2026

The first ten followers who break this unique numbers of followers will be given a special gift. So those who haven't followed my page yet, please follow my page soon and be the winner

19/09/2026

Good night everyone

জুবিন বিহীন এটা বছৰ.............!!!২০২৫ চনৰ আজিৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কেতিয়াও ভাবিব নোৱাৰা, কল্পনা কৰি...
19/09/2026

জুবিন বিহীন এটা বছৰ.............!!!
২০২৫ চনৰ আজিৰ দিনটোতে ছিংগাপুৰৰ পৰা আহিছিল অসমবাসীয়ে কেতিয়াও ভাবিব নোৱাৰা, কল্পনা কৰিব নোৱাৰা, মানি ল'ব নোৱাৰা সেই খবৰটো। যিটো খবৰ অহাৰ পিছতে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। অসমৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো খহি পৰাৰ দুখত ম্ৰিয়মান হৈ পৰিছিল ৰাজ্য। ছিংগাপুৰৰ পৰা জুবিনক গুৱাহাটীলৈ অনাৰ সময়ত দেখা গৈছিল অভূতপূৰ্ব দৃশ্য। কাহানিও নেদেখা বহু দৃশ্য প্ৰত্যক্ষ কৰিছিল বিশ্ববাসীয়ে। জুবিন অসমবাসীৰ বাবে কি আছিল, সেয়া প্ৰত্যক্ষ কৰিছিল সমগ্ৰ দেশ-বিশ্বই। কি বিমানবন্দৰ, কি সৰুসজাই, কি সোণাপুৰ, সকলোতে দেখা গৈছিল লাখ লাখ মানুহ। সেই দৃশ্যসমূহ আজিও প্ৰতিগৰাকী অসমীয়াৰ চকুত সজল হৈ আছে, সকলোৰে মনত সজীৱ হৈ আছে। জুবিন আছে, জুবিন সদায় থাকিব, প্ৰতিজন অসমীয়াৰ হৃদয়ে হৃদয়ে, প্ৰতিজন অনুৰাগীৰ তেজে তেজে।
আজি ১৯ ছেপ্টেম্বৰ। অসমীয়াৰ বাবে এটা অতি বেদনাদায়ক দিন, ক'লা দিন, কাহানিও নিবিচৰা দিন। আজি এটা বছৰ সম্পূৰ্ণ হ'ল হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ। ২০২৫ চনৰ আজিৰ দিনটোতেই ছিংগাপুৰত আকস্মিকভাৱে প্ৰাণ হেৰুৱাইছিল অসমীয়াৰ প্ৰাণৰ শিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। এটা বছৰ পাৰ হ'ল। কিন্তু আজিও জুবিনময় হৈ আছে সমগ্ৰ অসম। অসমৰ প্ৰতিজন লোকৰে হৃদয়ে হৃদয়ে জীয়াই আছে জুবিন নামৰ সত্ত্বা। তেওঁৰ সৃষ্টি, কণ্ঠ আৰু স্মৃতিৰে জুবিন গাৰ্গ কায়িকভাৱে নাথাকিলেও অসমীয়াৰ হৃদয়ত সদায় জীয়াই থাকিব। অসমবাসীয়ে সদায় বুকুত সামৰি ৰাখিব প্ৰাণৰ শিল্পীগৰাকীক।
জুবিন দা আপুনি নথকাৰ অনুভৱে অসমখন উদং কৰিছেহি😭😭😭😭
জুবিন দাক অন্তৰেৰে ভালপোৱাসকলে তেখেতৰ ন্যায় বাবে
লিখক।জয় জুবিন দা
Zubeen the heart of Assam

Address

Dhemaji
787058

Telephone

+918822086534

Website

Alerts

Be the first to know and let us send you an email when Romesh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share