Lakhipathar High School

Lakhipathar High School Lakhipathar High School
Dhemaji

উৎসৱ বিদ্যাৰম্ভ ২০২৬-২০২৭
01/04/2026

উৎসৱ বিদ্যাৰম্ভ ২০২৬-২০২৭

24/03/2026

FAREWELL GROUP DANCE BY STUDENTS

বদলিকৰণ সূত্ৰে আজি আমাৰ বিদ্যালয়ত যোগদান কৰা  #পূৰ্ণিমা গগৈ ফুকন বাইদেউক বিদ্যালয় পৰিয়ালৰ হৈ স্বাগতম জনাইছো। তেখেত আম...
23/03/2026

বদলিকৰণ সূত্ৰে আজি আমাৰ বিদ্যালয়ত যোগদান কৰা #পূৰ্ণিমা গগৈ ফুকন বাইদেউক বিদ্যালয় পৰিয়ালৰ হৈ স্বাগতম জনাইছো। তেখেত আমাৰ লক্ষীপথাৰ অঞ্চলৰে মেলেকী গাঁৱৰ নিবাসী তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত চন্দ্র ফুকন দেৱৰ পত্নী।
বৰ্তমান আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা ১৫ গৰাকী।

নামভৰ্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে। নামভৰ্তিৰ তাৰিখ- ২৫ মাৰ্চ ২০২৬যোগাযোগ- ৯৯৫৪৪০৯৫৪১Diganta Borah
16/03/2026

নামভৰ্তিৰ প্ৰ-পত্ৰ দি থকা হৈছে।
নামভৰ্তিৰ তাৰিখ- ২৫ মাৰ্চ ২০২৬
যোগাযোগ- ৯৯৫৪৪০৯৫৪১
Diganta Borah

কালি ১১ মাৰ্চ ২০২৬ তাৰিখে বিদ্যালয়ৰ মূল তোৰণৰ দাতা সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয় । উক্ত বৈঠকত উপস্থিত থাকে বিদ্যালয়ৰ...
12/03/2026

কালি ১১ মাৰ্চ ২০২৬ তাৰিখে বিদ্যালয়ৰ মূল তোৰণৰ দাতা সকলৰ সৈতে এখনি বৈঠক অনুষ্ঠিত হয় ।
উক্ত বৈঠকত উপস্থিত থাকে বিদ্যালয়ৰ প্ৰতিস্থাপক প্রধান শিক্ষক শ্ৰদ্ধাৰ প্ৰেম পেগু ছাৰ আৰু স্বৰ্গীয় লীলা দাস ডাঙৰীয়াৰ সু পুত্ৰ বিমল দাস দেৱ । উক্ত বৈঠকত বিদ্যালয়ৰ
মূল তোৰণ খন পুন: নিৰ্মাণ সম্পর্কে আলোচনা কৰা হয়।

05/03/2026
সকলোৰে উপস্থিতি কামনা কৰিছো। সময়: পুৱা ১০ বজাৰ পৰা। Diganta Borah
04/03/2026

সকলোৰে উপস্থিতি কামনা কৰিছো।
সময়: পুৱা ১০ বজাৰ পৰা।
Diganta Borah

28/02/2026

অসম চৰকাৰৰ বসুন্ধৰা আচনিৰ অধীনত আজি বিদ্যালয়ৰ নামত পট্টা লাভ কৰা হয়।
মাটিকালি- ২০.১ বিঘা

চৰকাৰী নিয়ম অনুসৰি আজি শ্ৰদ্ধাৰ শ্ৰীযুত তিলেন্দ্ৰ গগৈ ছাৰ আৰু শ্ৰীযুত লক্ষ্যনাথ পেগু দেৱে চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে। সু...
28/02/2026

চৰকাৰী নিয়ম অনুসৰি আজি শ্ৰদ্ধাৰ শ্ৰীযুত তিলেন্দ্ৰ গগৈ ছাৰ আৰু শ্ৰীযুত লক্ষ্যনাথ পেগু দেৱে চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে।

সুস্বাস্থ্যৰ সৈতে অৱসৰ গ্ৰহণ কৰা গগৈ দেৱ আৰু পেগু দেৱক অভিনন্দন জনাই সুস্বাস্থ্যৰ কামনা কৰিছো।

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷
26/01/2026

৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন ৷

আজি পুৱাই সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিদ্যালয়খনিক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবলৈ আৰু বিভিন্ন সম...
04/01/2026

আজি পুৱাই সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি বিদ্যালয়খনিক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবলৈ আৰু বিভিন্ন সমস্যাৰাজি সম্পৰ্কে অৱগত কৰা হয় ৷ আশা কৰিছো এইটো বছৰতে ভাল খবৰ পাম ৷

আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ৷
24/12/2025

আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ৷

Address

LAKHIPATHAR CHARIALI
Dhemaji
787057

Telephone

+919954922342

Website

Alerts

Be the first to know and let us send you an email when Lakhipathar High School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share