No.2 Hatigarh LPS

No.2 Hatigarh LPS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from No.2 Hatigarh LPS, School, Hatigarh, Dhemaji.

# # শিশুসকলক শিক্ষিত আৰু জ্ঞানী কৰি তোলা আমাৰ সংকল্প।

# # শিশুসকলক মানৱ সম্পদ হিচাপে গঢ় দিয়া তথা সপোনৰ দিশে আগবঢ়াই দিয়া আমাৰ সংকল্প ।

# # শিশু তথা পৰিয়ালৰ সপোন‌ বাস্তৱ কৰা আমাৰ সংকল্প।

24/03/2026
14/11/2025

শিশু দিৱসত

20/06/2025

বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী পংখুৰী বুঢ়াগোহাঁই ৰাভা দিৱসত প্ৰচেষ্টা কৰা এটি বক্তৃতা ।

06/06/2025
31/05/2025

বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে কৰা এক‌ প্ৰচেষ্টা।

গুণোৎসৱৰ ফলাফলত বিদ্যালয়ে " A+ "গ্ৰেড লাভ কৰাত অতি আনন্দ অনুভৱ কৰিছোঁ। ধাৰাবাহিকভাৱে তিনিবাৰকৈ‌ " A+ " গ্ৰেড পাবলৈ সক্ষ...
27/03/2025

গুণোৎসৱৰ ফলাফলত বিদ্যালয়ে " A+ "গ্ৰেড লাভ কৰাত অতি আনন্দ অনুভৱ কৰিছোঁ। ধাৰাবাহিকভাৱে তিনিবাৰকৈ‌ " A+ " গ্ৰেড পাবলৈ সক্ষম হৈছো।সকলো ছাত্ৰ-ছাত্ৰী, অভিভাৱক/অভিভাৱিকা, সমিতিৰ সভাপতি/সম্পাদক আৰু সদস্য/সদস্যাৰ লগতে মাতৃ গোটৰ সকলো সদস্যালৈ অশেষ ধন্যবাদ জনাইছোঁ।সকলো সময়তে সহায় - সহযোগিতা,দিহা - পৰামৰ্শ আগবঢ়াই আমাক সাফল্য মণ্ডিত কৰাৰ বাবে বিদ্যালয়ৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
SamagraSiksha Dhemaji -সমগ্ৰ শিক্ষা ধেমাজি
Samagrasiksha Dhemaji
Samagrasiksha Dhemaji

14/08/2024

অলপ চেষ্টা কৰিছে

Address

Hatigarh
Dhemaji

Website

Alerts

Be the first to know and let us send you an email when No.2 Hatigarh LPS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category