22/09/2026
পৱিত্ৰ কৰম পূজা উপলক্ষে চাহ জনগোষ্ঠীয় সকলো ৰাইজলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।
প্ৰকৃতি, পৰম্পৰা আৰু ভাতৃত্ববোধৰ প্ৰতীক কৰম পূজাই সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰি তোলক —এয়াই কামনা কৰিলোঁ।