Harhi Senior Secondary School

  • Home
  • Harhi Senior Secondary School

Harhi Senior Secondary School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Harhi Senior Secondary School, School, PO Gobindapur, Dhakuakhana, .

30/04/2025

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল/২০২৪

মুঠ ছাত্ৰ-ছাত্ৰী ১৫৬
পৰীক্ষা দিয়া ১৫৪
উত্তীৰ্ণ হোৱা ১৫৪
উত্তীৰ্ণ হাৰ ১০০%

ডিষ্টিংছন ০১
ষ্টাৰ ৭
প্ৰথম বিভাগ ৬৪

লেটাৰ মাৰ্ক্স

তৰ্ক বিজ্ঞান আৰু দৰ্শন ১৭
এনথ্ৰপলজি ১০
শিক্ষা ৯
বুৰঞ্জী ৬
ৰাজনীতি বিজ্ঞান ২
অসমীয়া ২
সমাজশাস্ত্ৰ ২

27/06/2022
27/06/2022

হাৰ্হি ছিনিয়ৰ ছেকেণ্ডাৰি স্কুল ( হাৰ্হি মহাবিদ্যালয়)ৰ পৰা ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৪ জনে ষ্টাৰ মাৰ্কছ সহ ৬১ জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আটাইলৈ আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।ইয়াৰ ভিতৰত নৃতত্ব বিভাগত ২০ জন, তৰ্ক বিজ্ঞান আৰু দৰ্শনত ৯ জন, অসমীয়াত ৯ জন, ৰাজনীতি বিজ্ঞান বিভাগত ৬ জন, বুৰঞ্জীত ১ জন, শিক্ষা বিভাগত ১ জন আৰু হিন্দীত ১ জনে লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে।

Address

PO Gobindapur, Dhakuakhana

787055

Website

Alerts

Be the first to know and let us send you an email when Harhi Senior Secondary School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your school to be the top-listed School/college?

Share