Madhya Garigaon L. P. School

Madhya Garigaon L. P. School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhya Garigaon L. P. School, School, Dergaon.

সদ্য ঘোষিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী তেজস্বিনী গগৈ, প্ৰিন্সিপ্ৰিয়া ফুকন আৰু প্ৰাপ্ত...
18/03/2026

সদ্য ঘোষিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত আমাৰ বিদ্যালয়ৰ ছাত্ৰী তেজস্বিনী গগৈ, প্ৰিন্সিপ্ৰিয়া ফুকন আৰু প্ৰাপ্তি প্ৰিয়দৰ্শিনী কাকতিয়ে তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

06/03/2026

মধ্য গাড়ীগাঁও প্ৰাথমিক বিদ্যালয়- আপোনাৰ শিশুটিৰ বাবে এখন নিৰ্ভৰযোগ্য চৰকাৰী শিক্ষানুষ্ঠান য'ত ২০২৬-২৭ বৰ্ষৰ বাবে ক' শ্ৰেণীৰপৰা পঞ্চম শ্ৰেণীলৈকে বিনামূলীয়া নামভৰ্ত্তি আৰম্ভ হৈছে । ইয়াত চৰকাৰে আগবঢ়োৱা সকলো সা-সুবিধা প্ৰদানৰ লগতে শিশুটিৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সৰ্বতোপ্ৰকাৰে যত্ন লোৱা হয় । চলিত বৰ্ষতো জিলা আৰু ৰাজ্যিক পৰ্যায়ত আমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক, সহবিদ্যায়তনিক সকলো দিশতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । আহক, আপুনিও আমাৰ বিদ্যালয়ত আপোনাৰ শিশুটিৰ নামভৰ্ত্তি কৰাই বিদ্যালয় পৰিয়ালৰ এজন সহযোগী হওক ।

ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয়তে হোলিৰ আনন্দ উপভোগ কৰিলে ।
04/03/2026

ছাত্ৰ-ছাত্ৰীসকলে আজি বিদ্যালয়তে হোলিৰ আনন্দ উপভোগ কৰিলে ।

বিদ্যালয়লৈ "শ্ৰেষ্ঠ মাতৃগোটৰ বঁটা"। এই স্বীকৃতিয়ে বিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে মাতৃ গোটৰ লগতে শিক্ষক, পৰিচ...
27/02/2026

বিদ্যালয়লৈ "শ্ৰেষ্ঠ মাতৃগোটৰ বঁটা"। এই স্বীকৃতিয়ে বিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ বাবে মাতৃ গোটৰ লগতে শিক্ষক, পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষীৰ প্ৰচেষ্টাক আৰু এঢাপ আগুৱাই নিবলৈ উৎসাহিত কৰিলে । ধন্যবাদ #সমগ্ৰ_শিক্ষা_গোলাঘাট আৰু অন্যান্য সকলোকে।

05/02/2026

#বিহুনাম
ছাত্ৰ-ছাত্ৰীৰ অনুৰোধত দিব্যজ্যোতি শইকীয়া ছাৰে কণ্ঠ নিগৰালে

উজনি বহুপথাৰ কনচেং গণমঞ্চত মে-ডাম্-মে-ফি উপলক্ষে আজি অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত তেজস্বিনী গগৈ, অভ্ৰনীল বৰা আৰু ধন ফুকনৰ ...
31/01/2026

উজনি বহুপথাৰ কনচেং গণমঞ্চত মে-ডাম্-মে-ফি উপলক্ষে আজি অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত তেজস্বিনী গগৈ, অভ্ৰনীল বৰা আৰু ধন ফুকনৰ দলটিয়ে প্ৰথম স্থান লাভ কৰে । নিম্ন শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত অভ্ৰনীল বৰাই প্ৰথম আৰু জাণ্টু ফুকনে তৃতীয় স্থান লাভ কৰে ।

22/01/2026

#জ্যোতি_সংগীত

 #শিল্পী_দিৱস উপলক্ষে নটৰাজ কলা চৰ্চ্চা কেন্দ্ৰ আৰু ঝংকাৰ কলা কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ ...
20/01/2026

#শিল্পী_দিৱস উপলক্ষে নটৰাজ কলা চৰ্চ্চা কেন্দ্ৰ আৰু ঝংকাৰ কলা কেন্দ্ৰৰ যৌথ উদ্যোগত আয়োজিত প্ৰতিযোগিতাত আমাৰ বিদ্যালয়ৰ সাফল্য -
কুইজ প্ৰতিযোগিতাত তেজস্বিনী, ধন, অভ্ৰনীলৰ দলটিৰ প্ৰথম স্থান, চিত্ৰাংকনত ধন তৃতীয়, উচ্চ শাখাৰ কবিতা আবৃত্তিত তেজস্বিনী দ্বিতীয়, জ্যোতিসংগীতত নিহাৰিকা প্ৰথম, অভ্ৰনীলৰ দ্বিতীয় স্থান লাভ ।

আমাৰ বিদ্যালয়ে সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশনত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু চিত্ৰাংকনৰ ক শাখাত প্...
10/01/2026

আমাৰ বিদ্যালয়ে সদৌ অসম আহোম সভাৰ মধ্যকালীন অধিৱেশনত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাত দ্বিতীয় স্থান আৰু চিত্ৰাংকনৰ ক শাখাত প্ৰথম আৰু খ শাখাত দ্বিতীয় স্থান অধিকাৰ কৰে ।

08/01/2026

(২৫)
প্ৰাপ্তি প্ৰিয়দৰ্শিনীৰ কণ্ঠত কমলানন্দ ভট্টাচাৰ্য্যৰ #বিলত_তিৰেবিৰাই

Address

Dergaon

Opening Hours

Monday 9am - 3pm
Tuesday 9am - 3pm
Wednesday 9am - 3pm
Thursday 9am - 3pm
Friday 9am - 3pm
Saturday 9am - 12:30pm

Website

Alerts

Be the first to know and let us send you an email when Madhya Garigaon L. P. School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category