Jelehua M.E.School

Jelehua M.E.School Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jelehua M.E.School, School, Dergaon.

30/01/2026

আজি শ্বহীদ দিৱস পালন কৰা হয় l

বিশ্ব শৌচালয় দিৱস 2025 আজি বিদ্যালয়ত অণু ষ্ঠিত কৰা হয়
06/12/2025

বিশ্ব শৌচালয় দিৱস 2025 আজি বিদ্যালয়ত অণু ষ্ঠিত কৰা হয়

D el ed candidates make wall megazine  at our school
06/12/2025

D el ed candidates make wall megazine at our school

28/03/2025
আজি 28/03/2025 তাৰিখ,শুক্ৰবাৰে 2024-25 শিক্ষা বৰ্ষৰ সমগ্ৰ বাৰ্ষিক ফলাফল ঘোষণা কৰা হয়। লগতে চৰকাৰী ভাৱে যোগান ধৰা বিনামূ...
28/03/2025

আজি 28/03/2025 তাৰিখ,শুক্ৰবাৰে 2024-25 শিক্ষা বৰ্ষৰ সমগ্ৰ বাৰ্ষিক ফলাফল ঘোষণা কৰা হয়। লগতে চৰকাৰী ভাৱে যোগান ধৰা বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয়।

যোৱা ০৩/০১/২০২৫ তাৰিখে আমাৰ বিদ্যালয়লৈ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ পৰিদৰ্শক ৰ দল আহে আৰু তেওঁলোকে F L N  ৰ বিভিন্ন শিক্...
07/01/2025

যোৱা ০৩/০১/২০২৫ তাৰিখে আমাৰ বিদ্যালয়লৈ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ পৰিদৰ্শক ৰ দল আহে আৰু তেওঁলোকে F L N ৰ বিভিন্ন শিক্ষণ -শিকন সঁজুলি সমূহ পৰ্যবেক্ষণ কৰে ।শিক্ষক শিক্ষয়িত্ৰী ৰ লগত আলোচনা কৰে লগতে পৰিচালনা সমিতিৰ সভাপতিৰ লগতো মত বিনিময় কৰে। বিদ্যালয়ৰ শিক্ষয়িত্ৰী টুনুমাই বৰা ৰাজখোৱা ই তেখেতৰ সদ্য প্ৰকাশিত কাব্যগ্ৰন্থ খনি তেখেত সকলক উপহাৰ দিয়ে।

  Space Day   August,2024
23/08/2024

Space Day
August,2024

08/08/2024
08/08/2024

আমাৰ এক সৰু প্ৰয়াস ...
শিক্ষা সপ্তাহ ২০২৪
সাংস্কৃতিক দিৱস

  yoga day  June 2024  MES
21/06/2024

yoga day
June 2024
MES

Address

Dergaon

Website

Alerts

Be the first to know and let us send you an email when Jelehua M.E.School posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category