CEC South Delhi

CEC South Delhi A Venture of CEC, This institute is equipped with all modern technology to cater to the needs.

অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ২৯তম বৰ্ষত প্ৰদাৰ্পণ কৰা এক অগ...
01/07/2022

অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ২৯তম বৰ্ষত প্ৰদাৰ্পণ কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান চিইচিৰ এটি শাখা নতুন দিল্লীৰ ইষ্ট অৱ কৈলাশ অঞ্চলত আজি ১ জুলাই তাৰিখে উদ্বোধন কৰা হয়৷ চিইচিৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তদেৱৰ উপস্থিতিত নতুন দিল্লীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত গুৰুচৰণ সিঙে উদ্বোধন কৰা এই অনুষ্ঠানত অসমৰ প্ৰখ্যাত যোগগুৰু শ্ৰীমতী অৰুণিমা দত্ত উপস্থিত থাকে৷
বহুকেইটা অত্যাধুনিক কম্পিউটাৰেৰে স্থাপন হোৱা চিইচিৰ নতুন দিল্লীস্থিত এই শাখাটোৱে চিইচিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব।
উত্তৰ পূৰ্বাঞ্চলত ১৭৫টাতকৈও অধিক শাখাৰে যোৱা তিনিটা দশকত প্ৰায় পাঁচ লাখতকৈও অধিক ছাত্ৰছাত্ৰীক প্ৰশিক্ষিত কৰা অসমৰ এই প্ৰতিষ্ঠানটোৱে প্ৰথমবাৰলৈ দেশৰ ৰাজধানীত এই শিক্ষাকেন্দ্ৰটো স্থাপন কৰিছে৷ ১৯৯৪ চনত চিইচিৰ প্ৰতিষ্ঠাপক দীপাংকৰ দত্তদেৱে মাত্ৰ দুটা কম্পিউটাৰেৰে স্থাপন কৰা এই শিক্ষা প্ৰতিষ্ঠানটোৰ শাখা পৰ্যায়ক্ৰমে দেশৰ আন আন অঞ্চলতো আৰম্ভ কৰা হব৷

CEC Delhi Centre inaugurated today in East of Kailash by Social Worker, Gurcharan Singh in New Delhi today in presence of Dipankar Dutta, Founder President of CEC & Arunima Dutta madam.

"To give real service you must add something which cannot be bought or measured with money, and that is sincerity and in...
17/06/2022

"To give real service you must add something which cannot be bought or measured with money, and that is sincerity and integrity."
"You dont have to be good to start... you just have to start to be good!"
We are all ready to Open!!!

Address : CEC South Delhi, 12 Sant Nagar, East of Kailash, New Delhi.
Call : 9873135799
E-mail ID : [email protected]

Opening Soon!!Address : CEC South Delhi, 12 Sant Nagar, East of Kailash, New Delhi.Call : 9873135799E-mail ID : newdelhi...
17/06/2022

Opening Soon!!

Address : CEC South Delhi, 12 Sant Nagar, East of Kailash, New Delhi.
Call : 9873135799
E-mail ID : [email protected]

Address

No. 12, First Floor, Front Portion, Sant Nagar, East Of Kailash
Delhi
110065

Alerts

Be the first to know and let us send you an email when CEC South Delhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to CEC South Delhi:

Shortcuts

Share