Vivekananda Academy

Call Contact the school

Vivekananda Academy A quality school of Pachim Darrang under Assam Jatiya Vidyalaya.

বিদ্যালয়ৰ সহঃশিক্ষক বসন্ত নাথ ছাৰৰ কন্যাৰ বিবাহ অনুষ্ঠানত ২৪ জানুৱাৰীত।
25/01/2026

বিদ্যালয়ৰ সহঃশিক্ষক বসন্ত নাথ ছাৰৰ কন্যাৰ বিবাহ অনুষ্ঠানত ২৪ জানুৱাৰীত।

*জ্ঞান বিজ্ঞান সমিতি,অসমৰ উদ্যোগত আয়োজিত বৃত্তি পৰীক্ষা-২০২৫ ত বিবেকানন্দ একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱাই অস...
20/01/2026

*জ্ঞান বিজ্ঞান সমিতি,অসমৰ উদ্যোগত আয়োজিত বৃত্তি পৰীক্ষা-২০২৫ ত বিবেকানন্দ একাডেমীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী বৰুৱাই অসমৰ ভিতৰতে সপ্তম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰে। গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনত যোৱা ১৮ জানুৱাৰীত আয়োজিত বঁটা বিতৰণী অনুষ্ঠানত বৃত্তি গ্ৰহণ কৰে মৌচুমী বৰুৱাই। মৌচুমীলৈ বিবেকনন্দ একাডেমী পৰিয়ালৰ পৰা বহু বহু শুভকামনা।*

বাইহাটা চাৰিআলিৰ গেটৱে একাডেমীৰ পৰা আয়োজন কৰা প্ৰতিভা সন্ধানী পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দশম শ্ৰেণীৰ কপিল নাথলৈ পুৰ...
07/01/2026

বাইহাটা চাৰিআলিৰ গেটৱে একাডেমীৰ পৰা আয়োজন কৰা প্ৰতিভা সন্ধানী পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দশম শ্ৰেণীৰ কপিল নাথলৈ পুৰস্কাৰ হিচাপে এখন “প্ৰস্তুতি” প্ৰদান কৰা হয়।

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে চলি আছে নামভৰ্ত্তি প্ৰক্ৰিয়া। প্ৰতিদিনে নতুন ছাত্ৰ-ছাত্ৰীৰ আগমনে আমাক উৎসাহিত কৰিছে।
06/01/2026

২০২৬-২৭ শিক্ষা বৰ্ষৰ বাবে চলি আছে নামভৰ্ত্তি প্ৰক্ৰিয়া। প্ৰতিদিনে নতুন ছাত্ৰ-ছাত্ৰীৰ আগমনে আমাক উৎসাহিত কৰিছে।

২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হৈছে নামভৰ্ত্তি প্ৰক্ৰিয়া। শনিবাৰে কাৰ্যালয়ত নতুন ছাত্ৰ আৰু অভিভাৱক-অভিভাৱিকা।
28/12/2025

২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হৈছে নামভৰ্ত্তি প্ৰক্ৰিয়া। শনিবাৰে কাৰ্যালয়ত নতুন ছাত্ৰ আৰু অভিভাৱক-অভিভাৱিকা।

বঢ়া লোকপ্ৰিয় বৰদলৈ হাইস্কুলৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত বিজ্ঞানৰ মডেল আৰু আৰ্হি প্ৰতিযোগিতাত শনিবাৰে বিবেকানন্দ একাড...
28/12/2025

বঢ়া লোকপ্ৰিয় বৰদলৈ হাইস্কুলৰ মহাৰজত জয়ন্তী উপলক্ষে অনুষ্ঠিত বিজ্ঞানৰ মডেল আৰু আৰ্হি প্ৰতিযোগিতাত শনিবাৰে বিবেকানন্দ একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকল।

27/12/2025

শনিবৰীয়া “হেপীনেছ ক্লাছ”ত বিবেকানন্দ একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকল-জুবিন গাৰ্গৰ “আমি যেন যন্ত্ৰ”

25/12/2025

বিবেকানন্দ একাডেমীৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বৰ্ণিল কাশ্যপৰ বিজ্ঞানৰ আৰ্হি হিচাপে “জেনেৰেটৰ” প্ৰদৰ্শন শ্ৰেণীকোঠাত।

২০২৫-২৬ শিক্ষাবৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা। সমূহ ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
19/12/2025

২০২৫-২৬ শিক্ষাবৰ্ষৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদায় সভা। সমূহ ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।

01/12/2025

বিবেকানন্দ একাডেমীৰ সাহাযাৰ্থে আমন্ত্ৰণ কৰা বৰদৈচিলা থিয়েটাৰৰ দুয়োটা দৰ্শনীতে যিসকল সন্মানীয় অভিভাৱক-অভিভাৱিকা ,শুভাকাংশী তথা স্থানীয় সদাশয় ৰাইজে মৰম যাচিলে তথা উপস্থিত থকাৰ লগতে আৰ্থিক বৰঙণি,দান বৰঙণি আগবঢ়াই আমাক উৎসাহিত কৰিলে তেওঁলোকৰ প্ৰতি “বিবেকানন্দ একাডেমী” কৰ্তৃপক্ষৰ পৰা ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। আগলৈও আপোনালোকৰ এনে উৎসাহজনক সঁহাৰি পাম বুলি আশা ৰাখিলোঁ।

26/11/2025

২৯ আৰু ৩০ নবেম্বৰত “বৰদৈচিলা থিয়েটাৰ”ৰ দুখন নাটক “জোনবায়ে কান্দিছে” আৰু “ৰাৱন” চাবলৈ আহিব সকলোৱে।

Address

Vill: Salikajhar
Darrang
784148

Telephone

+917002381259

Website

Alerts

Be the first to know and let us send you an email when Vivekananda Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to Vivekananda Academy:

Shortcuts

Share

Category