24/06/2024
**Special Announcement**
Jawahar Navodaya Vidyalaya's selection test coaching for the 2025 6th grade entrance exam will commence at Adhigam Coaching Center, Tangla, starting from July 1. This coaching is available for students of both Assamese and English mediums.
For more information, please contact: 070026 36989
08/07/2023
সুখবৰ, ৯ জুলাই ৰবিবাৰৰ পৰা ৰাতিপুৱা, দুপৰীয়া আৰু আবেলি প্ৰদৰ্শনীমূলক ক্লাছ (DEMO CLASS) ৰ বাবে যোগাযোগ কৰক।
22/05/2023
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা সমূহ শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
ইয়াৰ লগতে আন এক সুখবৰ জনাব পাই সুখী হৈছোঁ যে এইবেলি আধিগম শিক্ষা কেন্দ্ৰলৈ গৌৰৱ কঢ়িয়াই আনিছে মুঠ ১০জন শিক্ষাৰ্থীয়ে৷
ইয়াৰ ভিতৰত -
প্ৰথম বিভাগত -৬জন শিক্ষাৰ্থী
দ্বিতীয় বিভাগত- ২জন শিক্ষাৰ্থী
তৃতীয় বিভাগত-২জন শিক্ষাৰ্থী
আটাইকেইজনলৈ আধিগম পৰিয়ালৰ পৰা শুভেচ্ছা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷
30/03/2023
The class starts on 3rd April 2023
21/03/2023
টংলা,চমুৱাপাৰাস্থিত আধিগম শিক্ষা কেন্দ্ৰত ২০২৩-২৪ শিক্ষা বৰ্ষৰ "টিউচন" ৩ এপ্ৰিল সোমবাৰৰ পৰা আৰম্ভ হব ।
ইচ্ছুক ছাত্ৰ- ছাত্ৰী লগতে অভিভাৱক সকলে নামভৰ্তি বাবে যোগাযোগ কৰিব পাৰে।
27/10/2022
ষষ্ঠ শ্ৰেণী পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ বাবে প্ৰতি ৰবিবাৰে অহা নৱেম্বৰ মাহৰ পৰা টংলা, চমুৱাপাৰাত "চান্ডে স্কুল" "আধিগমৰ" উদ্যোগত আৰম্ভ হব।
19/10/2022
প্ৰতি ৰবিবাৰ ৰাতিপুৱা ৯.৩০ পৰা ১২ বজালৈ
আধিগম শিক্ষা কেন্দ্ৰত "চান্ডে স্কুল"
স্মৃতি শক্তি,মনোযোগ ক্ষমতা বৃদ্ধি আৰু ব্যক্তিত্ব বিকাশৰ লগতে আন বহুতো IQ , EQ , উপযোগী খেল ধেমালি ষষ্ঠ শ্ৰেণী পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীৰ বাবে।