DB Media Entertainment Institute

DB Media Entertainment Institute DB MEDIA ENTERTAINMENT INSTITUTE

13/04/2024

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিয়ালৰ সমূহ সন্মানীয়সদস্য হৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ৰঙালীৰ ৰঙেৰে সকলোৰে মন ৰঙীন হৈ পৰক তাকেই পৰমপিতাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ 🙏

21/10/2023
01/10/2023

🛑সাংবাদ প্ৰতিষ্ঠানত কাম কৰিব বিচাৰিছে নেকি?
🛑সাংবাদিক হ'ব বিচাৰে নেকি ?
🛑১০০ শতাংশ ব্যবহাৰিক প্ৰশিক্ষণেৰে সংস্থাপিত হোৱাৰ সুযোগ লাভ কৰক








DB Media Entertainment Institute

12/09/2023
দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন 'আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ ছ'চাইটী'ৰ নতুনকৈ জন্মলাভ কৰা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্টৰ উদ...
12/09/2023

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন 'আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ ছ'চাইটী'ৰ নতুনকৈ জন্মলাভ কৰা ডি বি মিডিয়া এণ্টাৰটেইনমেণ্টৰ উদ্যোগত ৯ আৰু ১০ ছেপ্টেম্বৰত আয়োজিত প্ৰথমখন সাংবাদিক কৰ্মশালা সফলভাৱে আয়োজন কৰাত সহায়-সহযোগ কৰা সকলো সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশাকৰো এই কৰ্মশালাৰ জৰিয়তে সংবাদ কৰ্মীসকলে সমাজখনক সঠিক পথত আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰথম পৰ্যায়ত সকলো সদস্যক সামৰি ল'ব নোৱৰাত দ্বিতীয় আৰু তৃতীয়খন কৰ্মশালা অনুষ্ঠিত কৰিবৰ বাবে কম দিনৰ ভিতৰত তাৰিখ ঘোষণা কৰা হ'ব। আপোনালোকৰ সহায়-সহযোগ কামনা কৰিলোঁ। উল্লেখ্য যে এই কৰ্মশালাত যিসকলে প্ৰশিক্ষণ প্ৰদান কৰিলে সেইসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

DB Media Instititute ৰ উদ্যোগত সাংবাদিকৰ তিনিদিনীয়া প্ৰশিক্ষণ

Registration Form

https://forms.gle/GH5wn8d2iRyw1pGm9

এক মধুৰ স্মৃতি ৰৈ গল।  "আলোক প্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটি"ৰ উদ্যোগত ২০২২ চনৰ ১৭ মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত অনুষ্...
03/07/2023

এক মধুৰ স্মৃতি ৰৈ গল।

"আলোক প্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটি"ৰ উদ্যোগত ২০২২ চনৰ ১৭ মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত অনুষ্ঠানত "দৈনন্দিন বাৰ্তা গোষ্ঠী"ৰ হৈ বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাক সম্বৰ্ধনা জনোৱাৰ এক বিশেষ মুহূৰ্ত।

  2021
03/04/2021

2021





Some snaps of Our on-going workshop of DB Media 1St batch Going well😊😊
09/01/2021

Some snaps of Our on-going workshop of DB Media 1St batch
Going well😊😊

1st batch of DB media workshop introductory session in google meet.... Gone well !!! Hope for the best
06/01/2021

1st batch of DB media workshop introductory session in google meet....
Gone well !!! Hope for the best

02/01/2021

সাংবাদিকতাৰ প্ৰতি আগ্ৰহী নেকি? শীঘ্ৰেই যোগাযোগ কৰক আমাক। আসন মাত্ৰ দহখন। শিক্ষা সাং কৰিয়ে যোগদান কৰক দৈনন্দিন বাৰ্তা গ্ৰুপত।

Address

Dainandin Barta Office Above Titan Showroom
Chandmari
781003

Alerts

Be the first to know and let us send you an email when DB Media Entertainment Institute posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The School

Send a message to DB Media Entertainment Institute:

Shortcuts

Share

Category